গুৱাহাটী,30 মাৰ্চঃ মহামাৰী কৰ'ণা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷ বিশ্বত কৰ'ণা ভাইৰাছে লৈছে ব্যাপক সংহাৰী ৰূপ ৷ এই সংক্ৰমণ ৰোধ কৰাৰ বাবে ভাৰতবৰ্ষত লক ডাউন কাৰ্যসূচী পালন কৰিছে ৷ এই সময়ছোৱাত কি কৰা উচিত , এই বিষয়ে জনালে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে৷
কৰ'ণা ভাইৰাছ সন্ত্ৰাস সন্দৰ্ভত কি ক'লে প্ৰস্তুতি পৰাশৰে
সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ লৈছে কৰ'ণাই ৷ চৰকাৰী নিৰ্দেশনা অনুসৰি দেশত চলি আছে লক ডাউন ৷ লক ডাউনত গৃহবন্দী হৈ ৰৈছে সাধাৰণ ৰাইজৰ পৰা তাৰকালৈকে ৷ লক ডাউনৰ সময়ছোৱাত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে কি ক'লে শুনো আহক.....
প্ৰস্তুতি পৰাশৰ