অসম

assam

ETV Bharat / sitara

দৈজিং উৎসৱত আৰক্ষীয়ে মোহিলে দৰ্শকক - দৈজিং উৎসৱ

দৰ্শকক মোহিলে খাকী পোছাকৰ আঁৰত থকা শিল্পী সুলভ প্ৰতিভাই ৷ শুকুৰবাৰে নিশা চিৰাঙৰ আই নদীৰ পাৰত অনুষ্ঠিত হৈ থকা দৈজিং উৎসৱত সপ্তম অসম আৰক্ষী বাহিনীৰ “ব্ৰাজ বেণ্ডে” পৰিৱেশন কৰা অনুষ্ঠানে মোহাচ্ছন্ন কৰি তোলে উপস্থিত দৰ্শকক ৷

Police Brass Band programme at Chirang Dwijing
সপ্তম অসম আৰক্ষী বাহিনীৰ “ব্ৰাজ বেণ্ড”

By

Published : Jan 4, 2020, 4:01 PM IST

চিৰাং, 4 জানুৱাৰীঃচিৰাঙত বাৰদিনীয়াকৈ অনুষ্ঠিত হৈ আছে দৈজিং উৎসৱ ৷ লোকে লোকাৰণ্য হৈ পৰিছে দৈজিং উৎসৱস্থলী ৷ প্ৰতি নিশাই অনুষ্ঠিত হৈ আছে সাংস্কৃতিক অনুষ্ঠান ৷ বলীউডৰ নামী দামী তাৰকাই অংশগ্ৰহণ কৰিছে সাংস্কৃতিক সন্ধিয়াত ৷ কেৱল বলীউড তাৰকাই নহয় চিৰাঙৰ দৈজিং উৎসৱত আৰক্ষীৰ বেণ্ড পাৰ্টীয়েও মোহিছে উপস্থিত দৰ্শকসকলক ৷ শুকুৰবাৰে নিশা চিৰাঙৰ আই নদীৰ পাৰত অনুষ্ঠিত হৈ থকা দৈজিং উৎসৱত সপ্তম অসম আৰক্ষী বাহিনীৰ “ব্ৰাজ বেণ্ডে” পৰিৱেশন কৰা অনুষ্ঠানে মোহাচ্ছন্ন কৰি তোলে উপস্থিত দৰ্শকক ৷

সপ্তম অসম আৰক্ষী বাহিনীৰ “ব্ৰাজ বেণ্ড”

ABOUT THE AUTHOR

...view details