চিটাৰা ডেস্ক,26 এপ্ৰিল : লজ এঞ্জেলছৰ ডল্বি থিয়েটাৰ আৰু ইউনিয়ন ষ্টেচনত 93 তম একাডেমী বঁটা অনুষ্ঠিত হয় । এইবেলি বিজয়ী তালিকাত 23টা শ্ৰেণীৰ বিজয়ীসকলৰ ভিতৰত কিছুমান ঐতিহাসিকভাৱে কিছুসংখ্যকে লাভ কৰিছে শীৰ্ষস্থান ৷
উল্লেখ্য যে, ক’ভিড মহামাৰীৰ প্ৰভাৱৰ বাবে বঁটা প্ৰদান অনুষ্ঠানটো মূল পৰিকল্পনাতকৈ দুমাহ পাচত আয়োজন কৰা হয় ৷ বঁটাৰ বাবে মনোনয়নসমূহ চলিত বৰ্ষৰ 15 মাৰ্চত ঘোষণা কৰা হৈছিল ।
বঁটা বিজয়ীসকলৰ নাম ক্ৰমে-
মুখ্য অভিনেতা (LEAD ACTOR)-
এন্থনী হপকিন্স, দ্যা ফাদাৰ- বিজয়ী
ৰিজ আহমেদ, চাউণ্ড অৱ মেটেল
চাদউইক বোচমেন, মা ৰেইনী’জ ব্লেক বট্টম
গেৰী অ’ল্ডমেন, ম্যাংক
ষ্টিভেন ইউন, মিনাৰী
মুখ্য অভিনেত্ৰী (LEAD ACTRESS)-
ফ্ৰান্সেছ মেকড’নাল্ড, নোমাডলেণ্ড- বিজয়ী
ভায়’লা ডেভিজ, মা ৰেইনী’জ ব্লেক বট্টম
আন্দ্ৰা ডে, দ্যা ইউনাইটেড ষ্টেটছ ভিএছ. বিল্লী হোলীডে’
ভেনেচ্ছা কিৰবাই, পিচেছ অৱ ও উইমেন
কেৰী মুল্লীগান, প্ৰমিচিং য়ং উইমেন
মুখ্য ছবি (BEST PICTURE)-
নোমাডলেণ্ড- বিজয়ী
দ্যা ফাদাৰ
জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা
ম্যাংক
মিনাৰী
প্ৰমিচিং য়ং উইমেন
চাউণ্ড অৱ মেটেল
দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7
সংগীত (ORIGINAL SONG)-
'ফাইট ফ’ৰ ইউ' ফ্ৰম জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা- বিজয়ী
'হেয়াৰ মাই ভইচ' ফ্ৰম দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7
'হুছাভিক' ফ্ৰম ইউৰ’ভিজন চং কনটেষ্ট: দ্যা ষ্টৰী অৱ ফায়াৰ চাগা
'আইঅ’ এছì (চিন)' ফ্ৰম দ্যা লাইফ এহেদ (লা ভিটা দেৱন্তী ও চে)
'স্পীক নাও' ফ্ৰম ওৱান নাইট ইন মিয়ামী
সংগীত (ORIGINAL SCORE)-
চ’ল - বিজয়ী
দা 5 ব্লাডছ
ম্যাংক
মিনাৰী
নিউজ অৱ দ্যা ৱৰ্লড
চলচ্চিত্ৰ সম্পাদনা (FILM EDITING)-
চাউণ্ড অৱ মেটেল- বিজয়ী
দ্যা ফাদাৰ
নোমাডলেণ্ড
প্ৰমিচিং য়ং উইমেন
দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7
চিনেমেট’গ্ৰাফী (CINEMATOGRAPHY)-
ম্যাংক- বিজয়ী
জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা
নিউজ অৱ দ্যা ৱৰ্লড
নোমাডলেণ্ড
দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7
প্ৰডাকচন ডিজাইন (PRODUCTION DESIGN)-
ম্যাংক - বিজয়ী
দ্যা ফাদাৰ
মা ৰেইনী’জ ব্লেক বট্টম
নিউজ অৱ দ্যা ৱৰ্লড
টেনেট
সহকাৰী অভিনেত্ৰী (ACTRESS IN SUPPORTING ROLE)-
য়ুহ-জুং ইঅ’ন, মিনাৰী- বিজয়ী
মাৰিয়া বাকালোভা, বোৰাট চাবচিক্যুৱেণ্ট মুভীফিল্ম
গ্লেন ক্লোজ, হিলবিল্লী ইলিগী
অ’লিভিয়া ক’লমেন, দ্যা ফাদাৰ
আমান্দা চেফ্ৰাইড, ম্যাংক
সহকাৰী অভিনেতা (ACTOR IN SUPPORTING ROLE)-
ডেনিয়েল কালুয়া, জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা- বিজয়ী
চাছা বাৰোন কোহেন, দ্যা ট্ৰায়েল অৱ দ্যা চিকাগো 7
লেছলী অ’ডোম জুনিয়ৰ, ওৱান নাইট ইন মিয়ামী...
পল ৰাচি, চাউণ্ড অৱ মেটেল
লাকেইট ষ্টেনফিল্ড, জুদাছ এণ্ড দ্যা ব্লেক মেচ্ছিহা
ভিজুৱেল ইফেক্টছ (VISUAL EFFECTS)-
টেনেট- বিজয়ী
লাভ এণ্ড ম’নষ্টাৰ্ছ
দ্যা মিডনাইট স্কাই
মুলান
দ্যা ওৱান এণ্ড অনলি ইভান