মুক্তি পালে কাঞ্চনজংঘা : জুবিন অনুৰাগীৰ হৰ্ষোল্লাস ! - জুবিন অনুৰাগী
কাঞ্চনজংঘাৰ মুক্তিৰ পিচতে আনন্দিত হৈ পৰিছে জুবিন অনুৰাগীসকল ৷
![মুক্তি পালে কাঞ্চনজংঘা : জুবিন অনুৰাগীৰ হৰ্ষোল্লাস !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4354940-thumbnail-3x2-k.jpg)
জুবিন অনুৰাগীৰ হৰ্ষোল্লাস
জুবিন অনুৰাগীৰ হৰ্ষোল্লাস
নিউজ ডেক্স,6 ছেপ্টেম্বৰঃশুকুৰবাৰেৰাজ্যজুৰি মুক্তি পালে জুবিনৰ কাঞ্চনজংঘা ৷ ছবিখনৰ মুক্তিৰ পিচতেই আনন্দিত হৈ পৰিছে জুবিন অনুৰাগীসকল ৷ এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৷