অসম

assam

ETV Bharat / sitara

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতা জন লুকাছ

মহানগৰীৰ কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীলৈ আহিছে আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদগৰাকী ৷

By

Published : Nov 22, 2019, 5:48 PM IST

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ

গুৱাহাটী,22 নৱেম্বৰঃ গুৱাহাটীত উপস্থিত হৈছে আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতা জন লুকাছ। মহানগৰীৰ কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীলৈ আহিছে আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদগৰাকী। গুৱাহাটীত উপস্থিত হোৱাৰ পিছত জালুকবাৰীৰ শৰাইঘাট জিমলৈ গমন কৰে আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতাগৰাকীয়ে ৷ জিমত নতুন শৰীৰচৰ্চা বিদসকলৰ লগত মত বিনিময় কৰে জন লুকাছে। জীমটোৰ সদস্যসকলক কেইবাটাও পৰামৰ্শ আগবঢ়ায় আন্তঃৰাষ্ট্ৰীয় শৰীৰচৰ্চাবিদ জন লুকাছে। ইফালে জন লুকাছৰ লগতে শৰাইঘাট জিমত উপস্থিত হয় জেবিন আহমেদ। দুয়োগৰাকীকে ওচৰতে পাই উৎফুল্লিত হৈ পৰে জিমটোৰ সদস্য আৰু প্ৰশিক্ষাৰ্থীসকল।

আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ তথা অভিনেতা জন লুকাছ

ABOUT THE AUTHOR

...view details