অসম

assam

ETV Bharat / sitara

এইবাৰ হিন্দী গীতৰ ভিডিঅ'ত হিমাক্ষী কলিতা - সৰু পৰ্দাৰ অসমীয়া জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতা

জাৱেদ আলীৰ কন্ঠত 'বেহদ না কৰো' শীৰ্ষক হিন্দী ভাষাৰ সংগীত ভিডিঅ'ত অভিনয় কৰিছে হিমাক্ষী কলিতা আৰু উৎপল দাসে

হিমাক্ষী কলিতা

By

Published : Oct 9, 2019, 3:16 PM IST

চিটাৰা ডেস্ক,9 অক্টোবৰঃ টাইম মিউজিক ইণ্ডিয়াৰ বেনাৰত নিৰ্মাণ হৈছে হিন্দী মিউজিক ভিডিঅ' 'বেহদ না কৰো' ৷ য'ত অভিনয় কৰিছে সৰু পৰ্দাৰ অসমীয়া জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাই ৷ গীতটোত কন্ঠদান কৰিছে প্ৰসিদ্ধ সংগীত শিল্পী জাৱেদ আলীয়ে ৷ হিমাক্ষীয়ে গীতটোৰ এক সুন্দৰ অংশ ইনষ্টাগ্ৰাম যোগে প্ৰকাশ কৰি কয় যে, জাৱেদ আলীৰ দৰে ব্যক্তিৰ সৈতে কাম কৰিবলৈ পাই তেঁও যথেষ্ট সৌভাগ্যৱান অনুভৱ কৰিছে ৷ উল্লেখ্য যে, গীতটোত হিমাক্ষীৰ সৈতে অভিনয় কৰিছে জনপ্ৰিয় অসমীয়া অভিনেতা উৎপল দাসে ৷

হিমাক্ষী কলিতাৰ প'ষ্ট

ABOUT THE AUTHOR

...view details