অসম

assam

ETV Bharat / sitara

দেওবাৰে ঘোষণা হ'ল 92 সংখ্যক অস্কাৰ - আমেৰিকাৰ লছ এঞ্জেলছ

কোন কোন জিলিকিল বিশ্বৰ সৰ্বোচ্চ চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ,জানিবলৈ পঢ়ক.....

here's the complete list of 2020 oscar winners
দেওবাৰে ঘোষণা হ'ল 92 সংখ্যক অস্কাৰ

By

Published : Feb 10, 2020, 4:37 PM IST

চিটাৰা ডেস্ক,10 ফেব্ৰুৱাৰীঃ ঘোষণা হ'ল হলীউডৰ সৰ্বোচ্চ বঁটা প্ৰদান অনুষ্ঠান ৷ আমেৰিকাৰ লছ এঞ্জেলছৰ ডলবী থিয়েটাৰত দেওবাৰৰ পৰা অনুষ্ঠিত হৈ আছে এই 92 সংখ্যক অস্কাৰ সমাৰোহ ৷ এই সমাৰোহত উপস্থিত হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনপ্ৰিয় তাৰকাসকল ৷ চাওঁ আহক কোন কোন জিলিকিল 92 সংখ্যক অস্কাৰতঃ

বেষ্ট চাপৰ্টিং এক্টৰৰ খিতাপ লাভ কৰিছে ব্ৰেড পিটে ৷ তেওঁ ওৱান্স আপোন এ টাইম ইন হলীউড নামৰ ছবিখনৰ বাবে লাভ কৰে এই বিশেষ খিতাপ ৷

বেষ্ট চাপৰ্টিং এক্ট্ৰেছৰ খিতাপ লাভ কৰেলাৰা ডৰ্ণ এ ৷ তেওঁ মেৰীজ ষ্টৰী নামৰ ছবিখনৰ বাবে লাভ কৰে এই বিশেষ খিতাপ ৷

বেষ্ট এক্টৰ ইন লিডিং ৰ'লৰ সন্মান লাভ কৰে ৱাকিন ফিনিক্সেজকাৰ ছবিখনত কৰা বলিষ্ঠ অভিনয়ৰ বাবে তেওঁ লাভ কৰে এই বিশেষ সন্মান ৷

বেষ্ট এক্ট্ৰেছ ইন লিডিং ৰ'লৰ খিতাপ লাভ কৰে ৰেণে জেলৱেগৰে

1917 নামৰ ছবিখনে লাভ কৰে বেষ্ট চাউণ্ড মিক্সিঙৰ খিতাপ ৷

বেষ্ট চাউণ্ড এডিটিঙৰ খিতাপ লাভ কৰে ড'নাল্ড চিলভেষ্টৰেফোৰ্ড এণ্ড ফেৰাৰী নামৰ ছবিখনৰ বাবে তেওঁ লাভ কৰে এই বিশেষ খিতাপ ৷

বেষ্ট ডকুমেন্টৰী, চৰ্ট চাবজেক্টৰ খিতাপ লাভ কৰে লাৰ্নিং টু স্কেটবোৰ্ড ইন এ ৱাৰজনৰ বাবে হম ইউ আৰু এ গাৰ্লে

বেষ্ট কষ্টিউম ডিজাইনাৰৰ খিতাপ অৰ্জন কৰে জেকলীন ডুৰনে , ছবি লিটল ওমেনৰ বাবে ৷

বেষ্ট প্ৰডাকছন ডিজাইনাৰৰ খিতাপ লাভ কৰেবাৰবৰা লিংগে , ছবি আপোন এ টাইম ইন হলীউডৰ বাবে ৷

পেৰাছাইট ছবিৰ বাবে বেষ্ট ছেট ডেক'ৰেচনৰ খিতাপ লাভ কৰেনেন্সী হাইয়ে ৷

দক্ষিণ কোৰিয়াৰ চিত্ৰনাট্যকাৰওৱং জুন হ' আৰু হান জিন হ'ৰ ছবি পেৰাছাইটলৈ আগবঢ়োৱা হয় বেষ্ট অৰিজিনেল স্ক্ৰীণ প্লেৰ অস্কাৰ ৷

টাইকা ৱেটটী প্ৰযোজিত জোজো ৰেবিট নামৰ ছবিখনে লাভ কৰিছে বেষ্ট এডাপ্টেড স্ক্ৰীণ প্লেৰ অস্কাৰ ৷

দ্য নেইবাৰ্ছ উইনডনামৰ ছবিখনে লাভ কৰিছে বেষ্ট লাইভ ছৰ্ট ফিল্ম খিতাপ ৷

জয় ষ্টৰী 4ছবিখনে লাভ কৰিছে বেষ্ট এনিমেটেড ফিচাৰ ফিল্মৰ অস্কাৰ ৷

লগতে বেষ্ট এনিমেটেড ছৰ্ট ফিল্মৰ অস্কাৰ লাভ কৰে হেয়াৰ লাভ এ ৷

লগতে পঢ়কঃৰাজকুমাৰীত অভিনয় কৰাৰ দৌৰত ন-ন কলা-কুশলী

ABOUT THE AUTHOR

...view details