অসম

assam

১ এপ্ৰিলৰ পৰা আৰম্ভ ডাবাং-থ্ৰীৰ শ্বুটিং

By

Published : Apr 1, 2019, 9:33 AM IST

শ্বুটিঙৰ বাবে ইণ্ডোৰত উপস্থিত চলমান খান আৰু আৰবাজ খান ৷ চলিত বৰ্ষৰে ডিচেম্বৰ মাহত মুক্তি পাব ডাবাং-থ্ৰী

১ এপ্ৰিলৰ পৰা আৰম্ভ দাবাংগ-থ্ৰিৰ শ্বুটিং

নিউজ ডেক্স,১ এপ্ৰিলঃ ১ এপ্ৰিল অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ব ডাবাং-থ্ৰীৰ শ্বুটিং। চলচ্চিত্ৰখনৰ শ্বুটিঙৰ বাবে ইণ্ডোৰত উপস্থিত চলমান খান আৰু আৰবাজ খান। চলমানে খানে এই কথা প্ৰকাশ কৰিলেটুইটাৰ যোগে। লগতে চলমান খানে জনাই যে তেওঁৰ জন্মস্থান ইণ্ডোৰৰ পৰাই আৰম্ভ হ'ব ডাবাং-থ্ৰীৰ সকলো কাম-কাজ ।

১ এপ্ৰিলৰ পৰা আৰম্ভ দাবাংগ-থ্ৰিৰ শ্বুটিং

উল্লেখ্য যে, ডাবাংচিৰিজৰ প্ৰথমখন ছবি ২০১০ চনতে মুক্তি পাইছিল । ডাবাংৰ প্ৰথমখন চলচ্চিত্ৰ অভিনৱ কাশ্যপে আৰু দ্বিতীয়খন পৰিচালনা কৰিছিল আৰবাজ খানে ।এইখিনিতে আপোনালোকক জনাই থওযে,ডাবাং-থ্ৰী খন মুক্তি পাব চলিত বৰ্ষৰে ডিচেম্বৰ মাহত । চলচ্চিত্ৰখনত অভিনয় কৰিব অভিনেত্ৰী সোনাক্ষী সিন্হাই । চাৰি মাহ জুৰি চলিব চলচ্চিত্ৰখনৰ শ্বুটিঙ। ইয়াৰোপৰি চলচ্চিত্ৰখনৰ শ্বুটিঙ ইণ্ডোৰৰ উপৰিও মহাৰাষ্ট্ৰ আৰু জয়পুৰতো হ'ব ।

ABOUT THE AUTHOR

...view details