গুৱাহাটী,21 অক্টোবৰঃপুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল অসম সন্তান। "মা জয়ন্তী শক্তি পীঠ " নামৰ তথ্য চিত্ৰ খনে লাভ কৰিলে ঝাৰখণ্ড ৰাষ্ট্রীয় চলচ্চিত্ৰ মহোৎসৱৰ তিনিতকৈ বঁটা । শ্ৰেষ্ঠ পৰিচালক,শ্ৰেষ্ঠ চিত্ৰ গ্ৰহণ আৰু শ্ৰেষ্ঠ তথ্য চিত্ৰ বঁটা পাবলৈ সক্ষম হয়। পৰিচালক প্ৰদীপ চন্দ্ৰ শৰ্মাৰ দ্বাৰা পৰিচালিত এই তথ্য চিত্ৰখন নিৰ্মাণ কৰোতে সময় লৈছিল প্ৰায় তিনি বছৰ। মা জয়ন্তী শক্তিপীঠ তথ্য চিত্ৰ খনৰ পৰিচালকৰ মুখেৰেই জানক তেওঁৰ আগন্তুক কৰ্মৰাজিৰ বিষয়ে কিছু কথাঃ
তথ্যচিত্ৰৰ বাবে বহিঃ ৰাজ্যত তিনিটাকৈ বঁটা লাভ অসমীয়া পৰিচালকৰ - Award Winning Assamese Documentary A Special Story
পৰিচালক প্ৰদীপ চন্দ্ৰ শৰ্মাৰ মা জয়ন্তী শক্তি পীঠ নামৰ তথ্যচিত্ৰখনে ঝাৰখণ্ড ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাভ কৰে তিনিটাকৈ বঁটা ৷ এই সন্দৰ্ভত পৰিচালক প্ৰদীপ চন্দ্ৰ শৰ্মাৰ সৈতে ই টি ভাৰত অসমৰ সাংবাদিকৰ আছুতীয়া সাক্ষাৎকাৰ.....
পৰিচালক প্ৰদীপ চন্দ্ৰ শৰ্মা