অসম

assam

ETV Bharat / sitara

মালদ্বীপৰ সুন্দৰ লোকেচনত অসমীয়া গীতৰ শ্বুটিং - assamese song rong dila

নৱ প্ৰজন্মৰ সংগীত শিল্পী নেকিব আৰু ৰিশাৰ শেহতীয়াকৈ মুক্তি পোৱা গীত ' ৰং দিলা ' শীৰ্ষক গীতটো শ্বুটিঙ কৰা হৈছে মালদ্বীপৰ সুন্দৰ লোকেচনত

মালদ্বীপ

By

Published : Oct 31, 2019, 5:05 PM IST

চিটাৰা ডেক্স, 31 অক্টোবৰঃটেক্সী গাড়ীৰ জনপ্ৰিয়তাৰ পিছত এইবাৰ নেকিবৰ 'ৰং দিলা' ৷ শেহতীয়াকৈ মুক্তি পোৱা ৰোমান্টিক ধৰ্মীগীতটো চৰ্চিত হৈছে গীতটোৰ শ্বুটিং লোকেচনৰ বাবে ৷ এই গীতটোৰ শ্বুটিং কৰা হৈছে মালদ্বীপত ৷ মালদ্বীপৰ ওপৰত ড্ৰোণৰ জৰিয়তে শ্বুটিঙৰ দৃশ্যগ্ৰহণ কৰা হৈছে ৷

মালদ্বীপৰ সুন্দৰ লোকেচন

লক্ষণীয় কথাটো হ'ল, অসমীয়া সংগীতক্ষেত্ৰখনতো আজিকালি লোকেচনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় ৷ মনোমোহা সুন্দৰ লোকেচনত শ্বুটিঙ কৰা এই গীতটোত কন্ঠদান কৰিছে নৱাগত কন্ঠশিল্পী নেকিব হুচেইন আৰু ৰিশাই লগতে সংগীতৰ প্ৰযোজনাও কৰিছে কন্ঠশিল্পীগৰাকীয়ে ৷

মালদ্বীপৰ সুন্দৰ লোকেচন

ABOUT THE AUTHOR

...view details