অসম

assam

অসমখন আমাৰ হয় আৰু আমাৰ হৈ থাকিবলৈ দিয়কঃ প্ৰিয়ংকা ভৰালী

By

Published : Dec 10, 2019, 4:45 PM IST

সাধাৰণ জনতাৰ পৰা বুদ্ধিজীৱী, শিল্পী , ছাত্ৰ সমাজ, জাতীয় সংগঠন সকলোৱে মিলি বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ৷ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শেহতীয়াকৈ বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ।

priyanka bharali oppose Cab
প্ৰিয়ংকা ভঁৰালীৰ কেব বিৰোধী প্ৰতিবাদ

কামৰূপ মেট্ৰ'পলিটান,10 ডিচেম্বৰঃশেহতীয়াকৈ কেবৰ বিৰোধিতাৰে মাত মাতিছে কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এতিয়া মাত মাতিছে সকলোৱে। সাধাৰণ জনতাৰ পৰা বুদ্ধিজীৱী, শিল্পী , ছাত্ৰ সমাজ, জাতীয় সংগঠন সকলোৱে মিলি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে । কণ্ঠশিল্পী প্ৰিয়ংকা ভঁৰালীয়ে চৰকাৰক অনুৰোধ কৰি কৈছে যে ,"এই কেব বাতিল কৰিব লাগে । সমগ্ৰ অসম খন জ্বলিছে সকলোৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে । অসম খন আমাৰ হয় আৰু ইয়াক আমাৰ হৈ থাকিবলৈ দিয়ক " বুলি এতিয়া এনেদৰে অনুৰোধ জনাইছে কন্ঠশিল্পী গৰাকীয়ে ৷

প্ৰিয়ংকা ভঁৰালীৰ কেব বিৰোধী প্ৰতিবাদ

ABOUT THE AUTHOR

...view details