অসম

assam

ETV Bharat / sitara

শিলচৰত অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশ নাট্য উৎসৱ - ভাৰত বাংলাদেশ নাট্য উৎসৱ

শিলচৰত অনুষ্ঠিত হ'ব ভাৰত-বাংলাদেশ নাট্য উৎসৱ ৷ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিলচৰত অনুষ্ঠিত হ'ব এই নাট্য মেলা অনুষ্ঠান

সংবাদমেল

By

Published : Sep 19, 2019, 8:36 PM IST

কাছাৰ,19 ছেপ্টেম্বৰঃ শিলচৰত আৰম্ভণি হ'ব ভাৰত বাংলাদেশ নাট্য উৎসৱ। সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত 19 ছেপ্টেম্বৰৰ পৰা 23 ছেপ্টেম্বৰ পৰ্যন্ত শিলচৰত চলিব এই নাট্য মেলা । সন্মিলিত সাংস্কৃতিক মঞ্চৰ এই অনুষ্ঠানত উপস্থিত থাকিব বাংলাদেশৰ উচ্চায়ুক্ত । ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ত্রিপুৰা আৰু গুৱাহাটীৰ শিল্পী সকল । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে সন্মিলিত সাংস্কৃতিক মঞ্চৰ কৰ্মকৰ্তা সকলে ।

শিলচৰত অনুষ্ঠিত হ'ব নাট্য উৎসৱ

ABOUT THE AUTHOR

...view details