অসম

assam

ETV Bharat / sitara

পুনৰ সন্মানিত হ'ব পেডমেন "অৰুণাচলম মুৰুগনাথম" - "পাৱাৰ টুগেদাৰ এৱাৰ্ড"

ৰেকজাৱিক আইচলেণ্ডত হ'বলগীয়া বঁটা প্ৰদান অনুষ্ঠানত পেডমেন খ্যাত ব্যৱসায়ী অৰুণাচলম মুৰুগনাথমক প্ৰদান কৰা হ'ব "পাৱাৰ টুগেদাৰ এৱাৰ্ড"

পুনৰ সন্মানিত হ'ব পেডমেন "অৰুণাচলম মুৰুগনাথম"

By

Published : Sep 12, 2019, 10:54 PM IST

চিটাৰা ডেক্স,12 ছেপ্টেম্বৰঃ" woman leader's global forum 2019 "ৰ পাৱাৰ টুগেদাৰ এৱাৰ্ড প্ৰদান কৰা হ'ব পেডমেন খ্যাত ব্যৱসায়ী অৰুণাচলম মুৰুগনাথমক ৷ এই বঁটা প্ৰদান অনুষ্ঠানটো 18ৰ পৰা 20 নৱেম্বৰত ৰেকজাৱিক আইচলেণ্ডত অনুষ্ঠিত হ'ব ৷উল্লেখ্য যে, তামিলনাডুৰ ব্যৱসায়ী অৰুণাচলম মুৰুগনাথমৰ ওপৰত নিৰ্মিত এখন বায়পিক আছিল 2018 চনত মুক্তি পোৱা অক্ষয় কুমাৰ অভিনীত ছবি "পেডমেন"৷ অৰুণাচলম মুৰুগনাথম এনে এগৰাকী ব্যক্তি যি গ্ৰাম্য সমাজত মহিলাৰ মাহেকীয়া হওঁতে ল'বলগীয়া যতনৰ বাবে কম মূল্যৰ চেনেটেৰী পেড নিৰ্মাণ কৰিছিল ৷

ABOUT THE AUTHOR

...view details