অসম

assam

ETV Bharat / sitara

চীনৰ পৰ্দাত "চাইনা এভেনজাৰ্চ এণ্ডগেম"

চীনত প্ৰদৰ্শিত হ'ল চাইনা এভেনজাৰ্চ এণ্ডগেম

By

Published : Apr 25, 2019, 12:15 PM IST

চীনত প্ৰদৰ্শিত হ'ল চাইনা এভেনজাৰ্চ এণ্ডগেম

নিউজ ডেস্ক,25 এপ্ৰিলঃ চীনত প্ৰদৰ্শিত হ'ল চাইনা এভেনজাৰ্চ এণ্ডগেম ৷ 26 এপ্ৰিলত ৰাজ্যৰ বক্স অফিচত খলকণি তুলিবলৈ সাজু হোৱা ছবিখন বুধবাৰে চীনৰ থলুৱা ভাষাত চীনৰ বিভিন্ন ছবিগৃহত মুকলি হয় ৷ এন্থনি ৰুছো আৰু জো ৰুছোৰ দ্বাৰা পৰিচালিত হোৱা ছবিখনত গীত সংযোজন কৰিছে কেভিন ফেইগে ৷ 1ঘন্টা 26 মিনিটৰ ছবিখনক লৈ বিশেষ উৎসাহ আৰু উদ্দীপনা দেখিবলৈ পোৱা গৈছে চীনৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ৷ আনহাতে, এই ছবিখনক লৈ চলচ্চিত্ৰ প্ৰেমীসকলৰ উৎসাহ দেখি মিলিয়নৰ ঘৰ চুব বুলি আশা কৰা হৈছে ৷

চীনত প্ৰদৰ্শিত হ'ল চাইনা এভেনজাৰ্চ এণ্ডগেম

ABOUT THE AUTHOR

...view details