অসম

assam

ETV Bharat / sitara

আমেৰিকাত মুক্তি দিয়াৰ পূৰ্বে চীনত প্ৰদৰ্শিত হ'ব 'ৱ'ন্দাৰ উইমেন ১৯৮৪' - অহা ১৮ ডিচেম্বৰত

অহা ১৮ ডিচেম্বৰত চীনৰ ছবিগৃহত প্ৰদৰ্শিত হ'ব 'ৱ'ন্দাৰ উইমেন ১৯৮৪'। উত্তৰ আমেৰিকাত মুক্তি দিয়াৰ এসপ্তাহ পূৰ্বে চীনৰ দৰ্শকে উপভোগ কৰিব পাৰিব ছবিখন।

আমেৰিকাত মুক্তি দিয়াৰ পূৰ্বে চীনত প্ৰদৰ্শিত হ'ব 'ৱ'ন্দাৰ উইমেন ১৯৮৪'
আমেৰিকাত মুক্তি দিয়াৰ পূৰ্বে চীনত প্ৰদৰ্শিত হ'ব 'ৱ'ন্দাৰ উইমেন ১৯৮৪'

By

Published : Nov 21, 2020, 1:21 PM IST

চিটাৰা ডেস্ক, ২১ নৱেম্বৰ: বহু প্ৰতীক্ষিত ডিচি ছুপাৰহিৰো ফ্লিক 'ৱ'ন্দাৰ উইমেন ১৯৮৪' উত্তৰ আমেৰিকাত মুক্তি দিয়াৰ এসপ্তাহ পূৰ্বে অহা ১৮ ডিচেম্বৰত চীনৰ ছবিগৃহত মুক্তি দিয়া হ'ব। ছবিখন এইছ বি অ' মেক্সত প্ৰদৰ্শিত হ'ব আৰু ১৬ ডিচেম্বৰত আন আন্ত:ৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰদৰ্শিত হ'ব। গেল গেড'টে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছুপাৰহিৰো ফ্লিকখনৰ ছিকুৱেলত। ২০১৭ চনত মুক্তি লাভ কৰা 'ৱ'ন্দাৰ উইমেন' চীনত মুক্তি দিয়া হৈছিল আৰু ৯০.৫ মিলিয়ন মাৰ্কিন ডলাৰত বিক্ৰী কৰা হৈছিল। গেল গেড'টে ছবি নিৰ্মাতা পেট্টি জেনকিনছৰ সৈতে কাম কৰা ব্লকব্লাষ্টাৰ ছবিখনে বিশ্বজুৰি ৮২০ মিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ABOUT THE AUTHOR

...view details