চিটাৰা ডেস্ক, 15 ডিচেম্বৰ: বৰুণ ধাৱানে তেওঁৰ আহিবলগীয়া ছবি কুলি নাম্বাৰ 1 ৰ শেহতীয়া সংগীত 'Mummy Kasam' ৰ দৃশ্যগ্ৰহণৰ আঁৰত হোৱা তেওঁলোকৰ হাঁহি-ধেমালি কামৰ এক অংশ ইউটিউবযোগে শ্বেয়াৰ কৰে ৷
যদিও বৰুণ ধাৱানে শেহতীয়াকৈ ক'ভিড-19 ৰ পৰা আৰোগ্য লাভ কৰিছে, তথাপিও তেওঁ তেওঁৰ আহিবলগীয়া ছবি খনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছে ৷ তেওঁৰ উৎসাহক ম্লান কৰিব পৰা নাই তেওঁৰ শাৰীৰিক পৰিস্থিতিয়ে ৷