নিউজ ডেস্ক, 21 ফেব্ৰুৱাৰী :বলিউ তাৰকা শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি 'পাথান' 2021ত মুক্তিৰ বিপৰীতে মুক্তি পাব 2022 চনত ৷ চলচ্চিত্ৰ সমালোচক আৰু চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তৰণ আদাৰ্চে টুইটাৰ যোগে এই কথা সদৰি কৰে ৷
2020 ত মুক্তি পাব শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি 'পাথান' - প্ৰত্যাশিত ছবি 'পাথান'
শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি 'পাথান' 2021ত মুক্তিৰ বিপৰীতে মুক্তি পাব 2022 চনত ৷ চলচ্চিত্ৰ সমালোচক আৰু চলচ্চিত্ৰ বাণিজ্য বিশ্লেষক তৰণ আদাৰ্চে টুইটাৰ যোগে এই কথা সদৰি কৰে ৷
![2020 ত মুক্তি পাব শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি 'পাথান' SRK-Deepika's Pathan pushed to 2022](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10717435-320-10717435-1613901643434.jpg)
2020 ত মুক্তি পাব শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি 'পাথান'
তেওঁ টুইটাৰত এই কথা সদৰি কৰি লিখে, বলিউড তাৰকা শ্বাহৰুখ খান আৰু দিপীকা পাডুকনে অভিনয় কৰা 'পাথান' ছবি খন 2021 চনৰ বিপৰীতে 2022 চনত মুক্তি পাব ৷ বহু দিনৰ বিৰতিৰ পিচত ছবি গৃহলৈ আহিব দৰ্শকে অতি আগ্ৰহেৰে বাট চাই থকা শ্বাহৰুখ খানৰ 'পাথান' ছবিখন ৷ অৱশ্যে বৰ্তমানেও ধাৰ্য কৰা নাই ছবি খনৰ মুক্তিৰ তাৰিখ ৷