আইনৰ ব্যৱসায়ৰ ওপৰত আধাৰিত ছবি ‘Section 375’ৰ ট্ৰেইলাৰ মুকলি - মীৰা চেপ্ৰা
ৰিচা চাড্ডা,অক্ষয় খান্না,মীৰা চেপ্ৰা,ৰাহুল ভাটে অভিনয় কৰিছে ছবিখনত ৷ ভাৰতীয় ন্যায়পালিকাৰ ওপৰত আধাৰিত ছবিখন পৰিচালনা কৰিছে অজয় বেহেলে ৷

আইনৰ ব্যৱসায়ৰ ওপৰত আধাৰিত ছবি ‘Section 375’ৰ ট্ৰেইলাৰ মুকলি
নিউজ ডেস্ক, 14 আগষ্টঃ কৰ্টৰুম ড্ৰামা ‘Section 375’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে ৷ ৰিচা চাড্ডা, অক্ষয় খান্না,মীৰা চেপ্ৰা,ৰাহুল ভাটে ছবিখনত অভিনয় কৰিছে ৷ ভাৰতীয় ন্যায়পালিকাৰ ওপৰত আধাৰিত ছবিখন পৰিচালনা কৰিছে অজয় বেহেলে ৷ ছবিখনে 18 চেপ্তেম্বৰত মুকলি লাভ কৰিব ৷
আইনৰ ব্যৱসায়ৰ ওপৰত আধাৰিত ছবি ‘Section 375’ৰ ট্ৰেইলাৰ মুকলি