অসম

assam

ETV Bharat / sitara

মুক্তি পালে জন আব্ৰাহমৰ সত্যমেৱ জয়তে দ্বিতীয়ৰ প্ৰথমটো লুক

ছবিখনত মুখ্য অভিনেতা জন আব্ৰাহমৰ পুলিচধৰ্মী অৱতাৰৰ লগতে দিব্য কুমাৰ খোচলাৰ প্ৰথমটো লুক মুক্তি পালে

By

Published : Oct 1, 2019, 4:01 PM IST

সত্যমেৱ জয়তে- দ্বিতীয়ৰ প্ৰথমটো লুক

চিটাৰা ডেক্স,1 অক্টোবৰঃমুক্তি পালে একচন ছবি সত্যমেৱ জয়তে দ্বিতীয়ৰ প্ৰথমটো লুক ৷ 2018 চনত মুক্তি পোৱা সত্যমেৱ জয়তেৰ প্ৰথমখন ছবিৰ সফলতাৰ পিছত মুক্তি পালে 2019 বৰ্ষৰ সত্যমেৱ জয়তে দ্বিতীয়ৰ পৰা জন আব্ৰাহমৰ প্ৰথমটো লুক ৷
জন আব্ৰাহমে জনায় ,তেঁও চলচ্চিত্ৰখনৰ মাধ্যমেৰে কাহিনীটো বৰ্ণনা কৰি আনন্দিত ৷ চলচ্চিত্ৰখনৰ জৰিয়তে সাম্প্ৰতিক সময়ৰ প্ৰাসংগিক কাহিনীকেই প্ৰকাশ কৰা হৈছে ৷

সত্যমেৱ জয়তে- দ্বিতীয়ত জন আব্ৰাহম

লগতে দিব্যাই জনায় যে,মোৰ কাৰণে কাহিনী আৰু ভূমিকাটোৰ যথেষ্ট গুৰুত্ব আছে আৰু এই চলচ্চিত্ৰখনৰ মাধ্যেমেৰ মই সেই সঠিক সুযোগটো পালো ৷ উল্লেখ্য যে, চলচ্চিত্ৰখন মুক্তি পাব 2020 বৰ্ষৰ 2 অক্টোবৰ তাৰিখে ৷

সত্যমেৱ জয়তে- দ্বিতীয়ত দিব্য কুমাৰ খোচলা

ABOUT THE AUTHOR

...view details