এইবাৰ দেশী গাৰ্ল প্ৰিয়ংকা হ'ব লেডী ডন - চলমান খান
সঞ্জয় লীলা ভাঞ্চালী আৰু চলমান খানৰ আহিবলগীয়া চলচ্চিত্ৰ গংগুবাইৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে নিৰ্বাচিত হৈছে প্ৰিয়ংকা চোপ্ৰা

এইবাৰ দেশী গাৰ্ল প্ৰিয়ংকা হ'ব লেডী ডন
নিউজ ডেক্স,৯মাৰ্চঃ অলপ দিনৰ পৰা খুবেই চৰ্চাত আছে সঞ্জয় লীলা ভাঞ্চালী আৰু চলমান খানৰ আহিবলগীয়া চলচ্চিত্ৰ গংগুবাই । ইণ্ডিয়ান মৌচন পিকচাৰছৰ প্ৰডিউচাৰছৰ বেনাৰত নিৰ্মিত হ'ব লগা চলচ্চিত্ৰখন বিশেষতঃ এখন বেশ্যালয়ৰ স্বত্বাধিকাৰী গংগুবাইৰ ওপৰত আধাৰিত ।