অসম

assam

এইবাৰ বেটমেনৰ ৰূপত ৰ'বাৰ্ট পেটিনচন

By

Published : Jun 1, 2019, 1:27 PM IST

আন্ধাৰত অভিনয় কৰি এতিয়া চৰ্চাত ৰ'বাৰ্ট পেটিনচন

বেটমেনৰ ৰূপত ৰ'বাৰ্ট পেটিনচন

নিউজ ডেস্ক, 1 জুন : হলিউড ছবি 'টুইলাইট' ৰ প্ৰসিদ্ধ অভিনেতা ৰ'বাৰ্ট পেটিনচনে অভিনয় কৰিব বাৰনাৰ ব্ৰ'চৰ আহিবলগীয়া ছবি 'দ্য বেটমেন'ত ৷ 'টুইলাইট'ত ছবিত ভেম্পাইৰাৰ অভিনয় কৰা ৰ'বাৰ্ট পেটিনচনক এইবাৰ বেটমেনৰ ৰূপত দেখিবলৈ পোৱা যাব 'দ্য বেটমেন' ছবিত ৷ দুয়োখন ছবিতে অভিনেতাগৰাকীয়ে এনেদৰে আন্ধাৰৰ মাজত অভিনয় কৰাক লৈ এতিয়া চৰ্চালৈ অভিনেতাগৰাকীৰ বিশেষ সম্পৰ্ক আছে আন্ধাৰৰ সৈতে ৷ ইপিনে এই ছবিখনত অভিনয়ৰ দ্বাৰাই ৰ'বাৰ্ট পেটিনচন হৈ পৰে ডাঙৰ পৰ্দাত বেটমেনৰ অভিনয় কৰা কনিষ্টতম অভিনেতা ৷ উল্লেখ্য যে, অতিশীঘ্ৰেই ছবিগৃহলৈ আহিব ছবিখন ৷

বেটমেনৰ ৰূপত ৰ'বাৰ্ট পেটিনচন

ABOUT THE AUTHOR

...view details