চিটাৰা ডেস্ক 30 ডিচেম্বৰ: দক্ষিণ ভাৰতৰ ছবি জগতৰ চুপাৰষ্টাৰ পৱন কল্যাণৰ নতুন ছবি 'ভাকিল ছাব'ৰ দৃশ্য গ্ৰহণ পৰ্যায় ইতিমধ্যে সমাপ্ত হৈছে ৷ ছবিখন 2016 চনৰ 'পিং' ছবিৰ ৰিমেক বুলি জানিব পৰা গৈছে ৷ এই কথা টুইটাৰ যোগে সদৰি কৰিছে ছবিখনৰ প্ৰযোজক বিনয় কাপোৰে ৷
আহি আছে পৱন কল্যাণৰ নতুন ছবি 'ভাকিল ছাব' - দক্ষিণ ভাৰতৰ ছবি জগতৰ চুপাৰষ্টা
পৱন কল্যাণৰ নতুন ছবি 'ভাকিল ছাব'ৰ দৃশ্য গ্ৰহণ পৰ্যায় ইতিমধ্যে সমাপ্ত হৈছে ৷ ছবিখন পৰিচালনা কৰিছে তেলেগু লেখক-পৰিচালক শ্ৰীৰাম ভেনুৱে আৰু ছবিখনৰ সংলাপ লিখিছে ত্ৰিবিক্ৰম শ্ৰীনিবাসে ৷ এই কথা টুইটাৰ যোগে সদৰি কৰিছে ছবিখনৰ প্ৰযোজক বিনয় কাপোৰে ৷

আহি আছে পৱন কল্যাণৰ নতুন ছবি 'ভাকিল ছাব'
উল্লেখ্য যে,ছবিখন পৰিচালনা কৰিছে তেলেগু লেখক-পৰিচালক শ্ৰীৰাম ভেনুৱে আৰু ছবিখনৰ সংলাপ লিখিছে ত্ৰিবিক্ৰম শ্ৰীনিবাসে ৷
লগতে পঢ়ক :সুৰজ বৰ্জাত্যৰ আগন্তুক ছবিত অভিনয় কৰিব অমিতাভ বচ্চনে
Last Updated : Dec 30, 2020, 10:12 AM IST