অসম

assam

ETV Bharat / sitara

এইবাৰ বিগ স্ক্ৰীণত গুৱাহাটীৰ কৃত্ৰিম বান - পলাশ গগৈ

গুৱাহাটী মহানগৰীৰৰ কৃত্ৰিম বানৰ ভয়াৱহতাক লৈ নিৰ্মাণ হৈছে নতুন অসমীয়া চলচিত্ৰ

এইবাৰ বিগ স্ক্ৰীণত গুৱাহাটীৰ কৃত্ৰিম বান

By

Published : Apr 21, 2019, 6:28 PM IST

নিউজ ডেস্ক,21 এপ্ৰিলঃ কৃত্ৰিম বানত মহানগৰবাসীয়ে জীয়াতু ভোগাৰ দৃশ্যই এইবাৰ ভুমুকি মাৰিব চেলুলয়ডত ৷ বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহতাক লৈ নিৰ্মাণ কৰিছে 'মাকনৰ স্কুল' শীৰ্ষক এখন নতুন অসমীয়া ছবি ৷ ক্ৰিয়েটিভ ভিজন এন্টাৰটেইনমেন্টৰ বেনাৰত নিৰ্মিত ছবিখনৰ দৃশ্যগ্ৰহণ আৰু সম্পাদনাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷

এইবাৰ বিগ স্ক্ৰীণত গুৱাহাটীৰ কৃত্ৰিম বান

ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজীৱ ক্ৰ',প্ৰণামী বৰা,বৰ্ণালী দত্তৰ লগতে দুই শিশু শিল্পী ৰ’দালি বৰা আৰু নয়ন দাসে ৷ চলচিত্ৰ খনৰ সংগীতেৰে সজাইছে পলাশ গগৈয়ে ৷ বৰ্তমানলৈকে ঠিৰাং হোৱা নাই ছবি খনৰ মুক্তিৰ দিন ৷

ABOUT THE AUTHOR

...view details