চিটাৰা ডেস্ক,7 এপ্ৰিল: বুধবাৰে অকাল মৃত্যুক সাৱটি লয় ছত্তিশগড়ৰ প্ৰসিদ্ধ সংগীত পৰিচালক কল্যাণ সেনে ৷ ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হয় সংগীত পৰিচালক গৰাকীৰ ৷ বলিউডৰ বিখ্যাত কণ্ঠশিল্পী লতা মংগেশকাৰৰ সৈতেও কণ্ঠ নিগৰাইছিল কল্যাণ সেনে ৷
ক’ৰণাত আক্ৰান্ত কল্যাণ সেনৰ দেহাৱসান - ছত্তিশগড়
ছত্তিশগড়ৰ প্ৰসিদ্ধ সংগীত পৰিচালক কল্যাণ সেনৰ মৃত্যু ৷ ক’ৰণাত আক্ৰান্ত হৈছিল সংগীত পৰিচালক গৰাকী ৷
সংগীত পৰিচালক কল্যাণ সেনৰ দেহাৱসান
ছত্তিশগড়ৰ স্থানীয় ছবিত সংগীত পৰিচালনা লগতে বলীউডতো কাম কৰিছিল এইগৰাকী সংগীত পৰিচালকে ৷ কল্যাণ সেন বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ গুৰু আছিল ৷ তেওঁৰ মৃত্যুত ছত্তিশগড়ৰ চলচ্চিত্ৰ জগতৰ লগতে বলীউডতো পৰিছে শোকৰ ছাঁ ৷
লগতে পঢ়ক :সুশান্ত সিং ৰাজপুতৰ ওপৰত ছবি নিৰ্মান কৰিব ৰাম গোপাল বাৰ্মাই