তাপসী পান্নুৰ প্ৰশংসাত পঞ্চমুখ দৰ্শক - গেম অভাৰ
সকলোৱে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ দুৰ্দান্ত অভিনয়ক । চিনেমাখনৰ জৰিয়তে নতুনত্বৰ সোৱাদ লাভ কৰাৰ লগতে ছবিখনত কৰা সম্পৰীক্ষা সফল হোৱা বুলি মন্তব্য কৰিছে দৰ্শকসকলে ৷

তাপসী পান্নুৰ প্ৰশংসাত পঞ্চমুখ দৰ্শক
নিউজ ডেক্স,১৬ জুনঃ ১৪ জুনত মুক্তি পোৱা তাপসী পান্নু অভিনীত বহু প্ৰত্যাশিত ছবি 'গেম অভাৰে' দৰ্শকৰ পৰা আশাপ্ৰদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । সকলোৱে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীৰ দুৰ্দান্ত অভিনয়ক । চিনেমাখনৰ জৰিয়তে নতুনত্বৰ সোৱাদ লাভ কৰাৰ লগতে ছবিখনত কৰা সম্পৰীক্ষা সফল হোৱা বুলি মন্তব্য কৰিছে দৰ্শকসকলে ৷
তাপসী পান্নুৰ প্ৰশংসাত পঞ্চমুখ দৰ্শক