অসম

assam

ETV Bharat / sitara

'ভাৰত' চলচ্চিত্ৰত কেটৰিণাৰ নতুন লুক

ইনষ্টাগ্ৰাম যোগে অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে এই বিশেষ লুক

By

Published : Apr 15, 2019, 10:42 AM IST

নিউজ ডেক্স,১৫ এপ্ৰিলঃ দেওবাৰে কেটৰিণা কাঈফে মুকলি কৰে 'ভাৰত' চলচ্চিত্ৰত নিজৰ চৰিত্ৰৰ বিশেষ লুক । জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে তেওঁৰ এই বিশেষ লুক প্ৰকাশ কৰে ইনষ্টাগ্ৰাম যোগে ।

'ভাৰত' চলচ্চিত্ৰত কেটৰিণাৰ নতুন লুক

উল্লেখ্য যে, আলি আব্বাচ জাফৰ প্ৰযোজিত আৰু চলমান খান অভিনীত এই বিশেষ চলচ্চিত্ৰখন মু্ক্তি পাব এই বৰ্ষৰ ঈদত। মুখ্য চৰিত্ৰত চলমান খান আৰু কেটৰিণা কাঈফে অভিনয় কৰা চলচ্চিত্ৰখনত তেওঁলোকৰ সৈতে অভিনয় কৰিছে দিশা পাটানী , সুনীল গ্ৰভাৰ আৰু জেকি শ্ৰফে । জানিব পৰা মতে, এই মাহৰ ২৪ তাৰিখে মুক্তি পাব চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ।

ABOUT THE AUTHOR

...view details