নিউজ ডেস্ক, 19 ফেব্ৰুৱাৰী :18 জুনক মুক্তি পাব অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' ৷ ছবিখন পৰিচালনা কৰিছে নাগৰাজ মানজুলিয়ে ৷
ছবিগৃহলৈ আহি আছে অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' - JHUND releasing
18 জুনক মুক্তি পাব অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' ৷ ছবিখন পৰিচালনা কৰিছে নাগৰাজ মানজুলিয়ে ৷
![ছবিগৃহলৈ আহি আছে অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড' JHUND releasing 18th June](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10693535-thumbnail-3x2-uuuuuuu.jpg)
ছবিগৃহলৈ আহি আছে অমিতাভ বচ্চনৰ নতুন ছবি 'ঝুণ্ড'
শুকুৰবাৰে এক টুইটযোগে এই কথা ঘোষণা কৰে বিগ বি অমিতাভ বচ্চনে ৷ টুইট অমিতাভ বচ্চনে লিখে, ' কভিডে চিনেমা নিৰ্মাতা সকলৰ বাবে বিপৰ্যয় কঢ়িয়াই আনিছিল ৷ এতিয়া আমি আকৌ চিনেমা ক্ষেত্ৰখনলে উভতি আহিছো ৷ মোৰ নতুন ছবি 'ঝুণ্ড' অহা 18 জুনত মুক্তি লাভ কৰিব ৷'
লগতে পঢ়ক: ৰাইজক টেঙা আম খোৱাই বিজেপিয়ে 100+ ৰ লক্ষ্য বান্ধিছে !