চিটাৰা ডেস্ক.17 মাৰ্চঃবি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী,ছবি নিৰ্দেশক তথা ছবি পৰিচালক দিব্যা খোছলা কুমাৰৰ সৈতে ই টি ভি ভাৰত চিটাৰাৰ এক আছুতীয়া সাক্ষাৎকাৰ ৷ প্ৰতিভাৱান দিব্যাই নিজৰ লগত জড়িত বহুখিনি কথাই স্পষ্টকৈ ক'লে সাংবাদিকৰ সন্মুখত ৷
ই টি ভি ভাৰতৰ সৈতে দিব্যা খোছলা কুমাৰৰ আছুতীয়া সাক্ষাৎকাৰ - ই টি ভি ভাৰতৰ সৈতে দিব্যা খোছলা কুমাৰৰ আছুতীয়া সাক্ষাৎকাৰ
একাদিক্ৰমে অভিনেত্ৰী,ছবি নিৰ্দেশক, ছবি পৰিচালক দিব্যা খোছলা কুমাৰে নিজৰ জীৱনৰ যাত্ৰাৰ বিষয়ে ক'লে ই টি ভি ভাৰতৰ সাংবাদিকৰ সন্মুখত ৷
ই টি ভি ভাৰত চিটাৰাৰ সৈতে দিব্যা খোছলা কুমাৰৰ আছুতীয়া সাক্ষাৎকাৰ