মুক্তি পালে Dabbang3ৰ ট্ৰেইলাৰ - Dabbang3ৰ ট্ৰেইলাৰ মুক্তি
বহু প্ৰতীক্ষিত ছবি Dabbang3ৰ ট্ৰেইলাৰ বুধবাৰে মুক্তি পালে ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছলমান খান, সোনাক্ষী সিন্হায়ে৷ ছবিখনত পোন প্ৰথম বাৰৰ বাবে নিজৰ অভিনয়ৰে বলিউডত খোজ পেলাব মহেশ মাঞ্জৰেকাৰৰ কন্যা সাই মাঞ্জেকাৰে৷

Dabbang3ৰ ট্ৰেইলাৰ মুক্তি
চিটাৰা ডেস্ক, 23 অক্টোবৰ: বুধবাৰে মুক্তি পালে বহু প্ৰতীক্ষিত ছবি Dabbang3ৰ ট্ৰেইলাৰ৷ আগৰ Dabbang1আৰু Dabbang2 এ বক্স অফিচত বৃহৎ সফলতা অৰ্জন কৰাৰ পিছত এইবাৰ দৰ্শকৰ মাজত খলকনি তুলিবলৈ আহি আছে Dabbang3 ৷
Dabbang3ৰ ট্ৰেইলাৰ মুক্তি