৮ মাৰ্চত মুক্তি পাবলগীয়া "বদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি - টুইটাৰ
টুইটাৰযোগে গীতটো প্ৰকাশ কৰে চলচ্চিত্ৰখনৰ শিল্পী তথা কলা-কুশলীসকলে
![৮ মাৰ্চত মুক্তি পাবলগীয়া "বদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2504325-659-f891b28e-148f-4930-8b41-a013b9622c3c.jpg)
"বদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি
নিউজ ডেক্স,২০ ফেব্ৰুৱাৰীঃনাৰী দিৱসৰ দিনা মুক্তি পাব বলিউডৰ বিগ বি আৰু তাপসী পান্নু অভিনীত ছবি বদলাই । অমল মাল্লিকৰ সুন্দৰ সংগীত পৰিচালনাত আৰু অৰমন মাল্লিকৰ সুন্দৰ কন্ঠত বুধবাৰে ছবিখনৰ " কিঁউ ৰাব্বা" শীৰ্ষক এটি বিশেষ গীত মুক্তি পায় ।
"বদলা"চলচ্চিত্ৰখনৰ " কিঁউ ৰাব্বা "গীতটিৰ শুভমুক্তি