'কবীৰ সিঙ'ৰ মুক্তিৰ পিছতে উৎফুল্লিত হৈ পৰিছে বি-টাউনবাসী - sitara
বলিউডৰ বহুকেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে 'কবীৰ সিঙ'ৰ বিশেষ দৰ্শনীত ৷
!['কবীৰ সিঙ'ৰ মুক্তিৰ পিছতে উৎফুল্লিত হৈ পৰিছে বি-টাউনবাসী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3625969-373-3625969-1561126840399.jpg)
'কবীৰ সিঙ'ৰ মুক্তিৰ পিছতে উৎফুল্লিত হৈ পৰিছে বি-টাউনবাসী
নিউজ ডেক্স.২১ জুনঃ বলিউড তাৰকাসকলে অংশগ্ৰহণ কৰে মুম্বাইত অনুষ্ঠিত শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানী অভিনীত বহু প্ৰত্যাশিত ছবি 'কবীৰ সিঙ'ৰ বিশেষ দৰ্শনীত । এই বিশেষ দৰ্শনীত উপস্থিত থাকে বলিউডৰ বহু কেইজন জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী ।সোণাক্ষী সিনহা, জাহ্নৱী কাপুৰ , ঈশান খাট্টাৰৰ পৰা আৰম্ভ কৰি অনিল কাপুৰ, সিদ্ধান্ত চতুৰ্বেদী, নৰা ফতেহীৰ দৰে বহুকেইখন জনপ্ৰিয় মুখ উপস্থিত থাকে এই বিশেষ দৰ্শনীত।
'কবীৰ সিঙ'ৰ মুক্তিৰ পিছতে উৎফুল্লিত হৈ পৰিছে বি-টাউনবাসী