অসম

assam

ETV Bharat / sitara

ছবিগৃহত সগৌৰৱে চলিছে ছুপাৰ 30

ছবিখনে শ্বাহীদ কাপুৰ অভিনীত ছবি কবিৰ সিং আৰু আয়ুষ্মান খোৰানা অভিনীত ছবি অৰ্টিকল 15 ক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

By

Published : Jul 14, 2019, 2:21 PM IST

Updated : Jul 14, 2019, 2:48 PM IST

ঋতিক ৰোচনৰ নৱতম ছবিয়ে আকৰ্ষণ কৰিছে দৰ্শকক

নিউজ ডেস্ক, 14 জুন: গণিতজ্ঞ আনন্দ কুমাৰৰ জীৱনৰ ওপৰত আধাৰিত ছবি ছুপাৰ 30 য়ে 12 জুলাই অৰ্থাৎ শুকুৰবাৰে মুক্তিলাভ কৰাৰ লগে লগে দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷

মুক্তিৰ প্ৰথম দিনাাই 11.83 কোটি উপাৰ্জন কৰিবলৈ সক্ষম হোৱা ছবিখনে দ্বিতীয় দিনা উপাৰ্জন কৰিবলৈ সক্ষম হয় প্ৰায় 17-18 কোটি টকা ৷

ছবিখনে শ্বাহীদ কাপুৰ অভিনীত ছবি কবিৰ সিং আৰু আয়ুষ্মান খোৰানা অভিনীত ছবি অৰ্টিকল 15 ক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

উল্লেখ্য যে কবিৰ সিঙে ইতিমধ্যে 250 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

Last Updated : Jul 14, 2019, 2:48 PM IST

ABOUT THE AUTHOR

...view details