চিটাৰা ডেস্ক, 24 মে’: বলিউডৰ অভিনেতা কিৰণ কাপুৰৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ কণ্ঠশিল্পী কণিকা কাপুৰৰ পিছতেই তেওঁ দ্বিতীয়জন কৰ’ণাত আক্ৰান্ত বলীউদ তাৰকা ৷
জানিব পৰা মতে, অভিনেতাগৰাকীৰ দেহত কোনোধৰণৰ বেমাৰৰ লক্ষণ ধৰা পৰা নাই ৷ আনকি কৰ’ণা ভাইৰাছ আক্ৰান্তৰ একো লক্ষণেই দেখা দিয়া নাছিল অভিনেত্ৰীগৰাকীৰ দেহত ৷