অসম

assam

ETV Bharat / sitara

কৰ’ণাতংক: OHM Liveত অংশগ্ৰহণ অভিনেতা অৰ্জুন কাপুৰসহ আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ - অভিনেতা অৰ্জুন কাপুৰসহ আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ OHM Liveত অংশগ্ৰহণ

বলিউডৰ ম’ষ্ট ওৱাণ্টেড তাৰকা অৰ্জুন কাপুৰে শেহতীয়া কৰ’ণা মহামাৰীৰ বিৰুদ্ধে আৰ্থিক সাহাৰ্য অনুদান কাৰ্যসূচীৰ আয়োজন কৰে ৷ অভিনেতা অৰ্জুন কাপুৰে OHM Live নামৰ এক কাৰ্যসূচীৰ জৰিয়তে এই প্ৰচেষ্টা হাতত লৈছে, য’ত কেইগৰাকীমান আন্তঃৰাষ্ট্ৰীয় তাৰকা জেচন ডেৰলো, ডুৱা লীপা, নিকী জেম আৰু বেকী জীয়ে সহায় আগবঢ়াব ৷

OHM Liveত অংশগ্ৰহণ অভিনেতা অৰ্জুন কাপুৰসহ আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ
OHM Liveত অংশগ্ৰহণ অভিনেতা অৰ্জুন কাপুৰসহ আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ

By

Published : May 29, 2020, 2:46 PM IST

চিটাৰা ডেস্ক, 29 মে’: ‘Ishaqzaade’ৰ মুখ্য অভিনেতা অৰ্জুন কাপুৰে কোভিড-19ৰ বিৰুদ্ধে চলি থকা যুঁজখনলৈ আগবঢ়াইছে সহায়ৰ হাত ৷ মহামাৰী কৰ’ণাত প্ৰভাৱিত হোৱা লোকসকললৈ সহায় আগবঢ়াবৰ বাবে এক বৈশ্বিক দিশত সাহাৰ্য যুগুত কাৰ্যসূচীৰ আয়োজন কৰে অভিনেতাগৰাকীয়ে ৷

OHM Liveত অংশগ্ৰহণ অভিনেতা অৰ্জুন কাপুৰসহ আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ

OHM Live এই কাৰ্যসূচীত আন্তঃৰাষ্ট্ৰীয় তাৰকা জেচন ডেৰলো, ডুৱা লীপা, নিকী জেম আৰু বেকী জীৰ নামো অন্তৰ্ভুক্ত হৈ আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই লাইভ ধন যুগুতোৱা কাৰ্যসূচীটো এটা মাল্টি প্লেটফৰ্ম আয়োজন আৰু শুকুৰবাৰৰ পৰা ইয়াক কাৰ্যকৰী কৰা হ’ব অৰ্জুন কাপুৰে জানিবলৈ দিয়ে ৷

এই কাৰ্যসূচীৰ মাধ্যমেৰে যুগুতোৱা ধনে কোভিড-19ৰ হকে পোনপটীয়াকৈ যুঁজ দি থকাসকললৈ সমৰ্থন আগবঢ়াব ৷

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত ‘ব্ৰীজ’

ABOUT THE AUTHOR

...view details