অসম

assam

By

Published : Jul 3, 2019, 11:37 AM IST

ETV Bharat / sitara

842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত বলিউড শিল্পী

Academy of Motion Picture Arts and Science'ৰ সদস্য ৰূপে আমন্ত্ৰণ কৰে বলিউডৰ অভিনেতা,ছবি নিৰ্মাতা কেইগৰাকীক

842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত বলিউড শিল্পী

নিউজ ডেস্ক,3 জুলাইঃ 842 গৰাকী বিশিষ্ট শিল্পীৰ তালিকাত নাম অন্তৰ্ভুক্ত বলিউড ছবি নিৰ্মাতা জোয়া অফটাৰ,অনুৰাগ কাশ্যপ,ৰিতেশ ৱত্ৰা আৰু বিশিষ্ঠ অভিনেতা অনুপম খেৰৰ ৷ Academy of Motion Picture Arts and Science'ৰ সদস্য ৰূপে আমন্ত্ৰণ কৰে বলিউডৰ অনিনেতা,ছবি নিৰ্মাতা কেইগৰাকীক ৷ Theatrical Motion Picture ৰ অৱদানৰ বাবেই শিল্পী কেইগৰাকীক আমন্ত্ৰণ জনাই ৷
উল্লেখ্য যে,2019 চনৰ এই তালিকাত 50 শতাংশ মহিলা, 59 খন দেশৰ 29 শতাংশ কৃষ্ণাংগ লোকে প্ৰতিনিধিত্ব কৰিব ৷

ABOUT THE AUTHOR

...view details