চিটাৰা ডেস্ক, 23 ফ্ৰেব্ৰুৱাৰী:ফ্ৰেব্ৰুৱাৰী মাহটো ফাৰহান-শিৱানীৰ বিয়াৰ খবৰেৰেই চৰ্চিত হৈ আছে ৷ দৈনিক যুঁটিটোৰ বিবাহৰ অনুষ্ঠানৰ নতুন নতুন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ আছে (Shibani Farhan viral mehendi pictures) ৷
শেহতীয়াকৈ ফাৰহান-শিৱানীৰ মেহেণ্ডি অনুষ্ঠানৰ এখন ফটো সামাজিক মাধ্য়মত ভাইৰেল হৈ পৰা পিছত বিশেষ চৰ্চা লাভ কৰিছে ফটোখনে ৷ শিৱানীৰ এগৰাকী বান্ধৱী তথা ডিজাইনাৰ পায়েল সিংঘলে শ্বেয়াৰ কৰে ফটোখন ৷
ফটোখনত শিৱানীয়ে ফাৰহানক মেহেণ্ডি লগাই থকা দেখা গ’ল ( Shibani applies mehendi to Farhan Akhtar) ৷ সম্পূৰ্ণ সাজি কাচি থকা শিৱানীৰ পৰিৱৰ্তে ফাৰহান আছিল তেনেই সাধাৰণ পোছাকত ৷