চিটাৰা ডেস্ক, 10 জুনঃ সদায়েই নিজৰ ফিটনেছৰ কাৰণে সমাদৃত হয় বলীউড অভিনেতা বিদ্যুত জামাল ৷ এইবাৰ অভিনেতা গৰাকীয়ে উন্মোচন কৰিলে নিজৰ ইউটিউব চেনেল ৷ নিজৰ চেনেলত প্ৰথমটো ভিডিঅ'তে পানীৰ ওপৰত খোজকাঢ়ি দেখুৱালে অদ্ভুত প্ৰতিভা ৷
এইবাৰ ইউটিউবত অভিনেতা বিদ্যুত জামাল - বলীউডৰ কামাণ্ডো খ্যাত অভিনেতা বিদ্যুত জামাল
বলীউডৰ কামাণ্ডো খ্যাত অভিনেতা বিদ্যুত জামালে উন্মোচন কৰিলে নিজৰ ইউটিউব চেনেল ৷ চেনেলত প্ৰথমটো ভিডিঅ'তে দেখুৱালে নিজৰ বিশেষ প্ৰতিভা৷
এইবাৰ ইউটিউবত অভিনেতা বিদ্যুত জামাল
জানিব পৰা মতে,তেওঁ এই চেনেলৰ মাধ্যেমেৰে শাৰীৰিক ফিটনেছৰ লগত জড়িত ভিডিঅ' সমূহ প্ৰচাৰ কৰিব ৷ কেৱল সেয়াই নহয় মানসিক ফিটনেছৰ টিপ্পনী দিব অভিনেতা গৰাকীয়ে ৷