চিটাৰা ডেস্ক, 4 মাৰ্চ :বলীউদ তাৰকা বৰুণ ধাৱান আৰু কৃতি ছেননে আজি অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুক সাক্ষাৎ কৰে ৷ ভৌতিকধৰ্মী কমেডী ছবি 'ভেড়িয়া'ৰ দৃশ্যগ্ৰহণৰ বাবে ছবিখনৰ কলা-কুশলীৰ সৈতে অৰুণাচলত উপস্থিত হৈছে দুয়োগৰাকী তাৰকা ৷
পেমা খাণ্ডুৰ এই সৈতে এই সাক্ষাৎকাৰত উপস্থিত আছিল গৃহমন্ত্ৰী বামাং ফেলিক্স, মুখ্য সচিব নৰেশ কুমাৰ আৰু HCM কমিছনাৰ ছোনম চোম্বে ৷