অসম

assam

ETV Bharat / sitara

হাঁহিমুখীয়া ৰোমান্টিক নায়ক ঋষি কাপুৰৰ বিষয়ে জনা - নজনা কিছু কথা - হাঁহিমুখীয়া ৰোমান্টিক নায়ক

বাকৰুদ্ধ হৈ পৰিছে বলীউডবাসী ৷ এটাৰ পিছত আনটো বেয়া খবৰে শোকাকুল কৰি তুলিছে দেশবাসীক ৷ বুধবাৰে জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যুৰ পিছত বৃহস্পতিবাৰে প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ মৃত্যুৰ বাতৰিয়ে হতবাক কৰি তুলিছে সকলোকে ৷ আহকচোন ৰোমন্থন কৰোঁ তেওঁৰ বিষয়ে জনা-নজনা কিছু কথাঃ

UNKNOWN FACTS ABOUT RISHI KAPOOR
হাঁহিমুখীয়া ৰোমান্টিক নায়ক ঋষি কাপুৰৰ বিষয়ে জনা- নজনা কিছু কথা

By

Published : Apr 30, 2020, 5:00 PM IST

  • 1952 চনত জন্মগ্ৰহণ কৰা ঋষি কাপুৰে 1970 চনতে পিতৃ ৰাজ কাপুৰৰ জ'কাৰ নামৰ ছবিখনত শিশু শিল্পী ৰূপে অভিনয় কৰিছিল ৷
  • 1973 চনত প্ৰথমবাৰৰ বাবে ববী নামৰ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ঋষি কাপুৰে ৷ ছবিখনত ঋষি কাপুৰৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ডিম্পল কাপাডিয়াই ৷ ছবিখনে বক্স অফিচত যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছিল ৷
  • ঋষি কাপুৰে 1973 ৰ পৰা 2000 চনৰ ভিতৰত মুঠ 51 খন ছবিত মুখ্য ভূমিকাত অভিনয় কৰিছিল ৷
  • পৃথ্বীৰাজ কাপুৰৰ নাতি তথা ৰাজ কাপুৰৰ পুত্ৰ হোৱাটো তেওঁ সৌভাগ্য বুলি সদায় গণ্য কৰে ৷
  • ঋষি কাপুৰ এজন অভিনেতা, এজন ছবি নিৰ্মাতা আৰু এটা ষ্টুডিঅ'ৰ স্বত্বাধিকাৰী আছিল ৷ তেওঁৰ ষ্টুডিঅ'ৰ দ্বাৰাই আগ্ (1948), বৰসাত (1949),আৱাৰা(1951)ৰ দৰে বহুকেইখন ছবি নিৰ্মাণ হৈছিল ৷
  • ৰোমান্টিক অভিনেতাগৰাকীৰ বাস্তুৱ জীৱনত ৰোমাঞ্চ হৈছিল এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী নীতু সিঙৰ সৈতে ৷ 1975 চনত কভি কভি ইন কাশ্মীৰ ছবিৰ শ্বুটিঙৰ সময়তে দুয়োৰে মাজত প্ৰেম হৈছিল ৷
  • ঋষি কাপুৰৰ দুই সন্তান ৰিধিমা আৰু ৰণবীৰ ৷ পিতৃ হিচাপে ঋষি কাপুৰ যথেষ্ট বন্ধুত্বসুলভ আছিল ৷ ৰণবীৰৰ যেতিয়া 18 বছৰ হৈছিল তেতিয়া ঋষি কাপুৰে নিজেই পুত্ৰক বিয়েৰ আনি দিছিল লগতে একেলগে বহি বিয়েৰ গ্ৰহণ কৰাৰো অনুমতি দিছিল ৷
    তেওঁৰ দ্বাৰা অভিনীত ছবিসমূহঃ
২০১৯ The Body
২০১৯ Jhootha Kahin Ka
২০১৮ Manto
২০১৮ Mulk
২০১৮ 102 Not Out
২০১৭ Patel Ki Punjabi Shaadi
২০১৬ Kapoor & Sons
২০১৬ Sanam Re
২০১৫ Wedding Pul
২০১৫ All Is Well
২০১৪ Kaanchi
২০১৪ Bewakoofiyaan
২০১৩ Besharam
২০১৩ Shuddh Desi Romance
২০১৩ Aurangzeb
২০১৩ D-Day
২০১৩ Chashme Baddoor
২০১২ Jab Tak Hai Jaan
২০১২ Student of the Year
২০১২ Housefull 2
২০১২ Agneepath
২০১১ Tell Me O Kkhuda
২০১১ Patiala House
২০১০ Do Dooni Chaar
২০১০ Sadiyaan
২০০৯ Chintuji
২০০৯ Love Aaj Kal
২০০৯ Delhi-6
২০০৯ Luck By Chance
২০০৮ Thoda Pyaar Thoda Magic
২০০৭ Namastey London
২০০৬ Love Ke Chakkar Mein
২০০৬ Fanaa
২০০৫ Pyaar Mein Twist
২০০৪ Hum Tum
২০০৩ Tehzeeb
২০০৩ Love at Times Square
২০০৩ Kucch To Hai
২০০২ Yeh Hai Jalwa
২০০১ Kuch Khatti Kuch Meethi
২০০০ Raju Chacha
২০০০ Karobaar
১৯৯৯ Jai Hind
১৯৯৯ Aa Ab Laut Chalen
১৯৯৭ Kaun Sachcha Kaun Jhootha
১৯৯৬ Daraar
১৯৯৬ Prem Granth
১৯৯৫ Ram Shastra
১৯৯৫ Yaraana
১৯৯৫ Hum Dono
১৯৯৫ Saajan Ki Bahon Mein
১৯৯৪ Eena Meena Deeka
১৯৯৪ Ghar Ki Izzat
১৯৯৪ Prem Yog
১৯৯৪ Pehla Pehla Pyar
১৯৯৪ Mohabbat Ki Arzoo
১৯৯৪ Saajan Ka Ghar
১৯৯৩ Gurudev
১৯৯৩ Anmol
১৯৯৩ Dhartiputra
১৯৯৩ Izzat Ki Roti
১৯৯৩ Sahibaan
১৯৯৩ Damini
১৯৯৩ Shreeman Aashique
১৯৯৩ Sadhna
১৯৯২ Bol Radha Bol
১৯৯২ Honeymoon
১৯৯২ Deewana
১৯৯২ Inteha Pyar Ki
১৯৯২ Kasak
১৯৯২ Rishta Ho To Aisa
১৯৯১ Banjaran
১৯৯১ Ranbhoomi
১৯৯১ Henna
১৯৯১ Ajooba
১৯৯১ Ghar Pariwar
১৯৯০ Sher Dil
১৯৯০ Sheshnaag
১৯৯০ Amiri Garibi
১৯৯০ Azad Desh Ke Ghulam
১৯৮৯ Chandni
১৯৮৯ Khoj
১৯৮৯ Gharana
১৯৮৯ Parayaa Ghar
১৯৮৯ Bade Ghar Ki Beti
১৯৮৯ Hathyar
১৯৮৯ Apna Ghar
১৯৮৯ Naqab
১৯৮৮ Janam Janam
১৯৮৮ Ghar Ghar Ki Kahani
১৯৮৮ Hamara Khandan
১৯৮৭ Sindoor
১৯৮৭ Hawalaat
১৯৮৭ Pyar Ke Kabil
১৯৮৬ Nagina
১৯৮৬ Dosti Dushmani
১৯৮৬ Ek Chadar Maili Si
১৯৮৬ Pahunche Huwe Log
১৯৮৬ Naseeb Apna Apna
১৯৮৫ Saagar
১৯৮৫ Sitamgar
১৯৮৫ Tawaif
১৯৮৫ Zamana
১৯৮৫ Rahi Badal Gaye
১৯৮৪ Duniya
১৯৮৪ Aan Aur Shaan
১৯৮৪ Bade Dil Wala
১৯৮৩ Yeh Ishq Nahin Aasaan
১৯৮৩ Coolie
১৯৮৩ Naukar Biwi Ka
১৯৮২ Deedar E Pyar
১৯৮২ Prem Rog
১৯৮২ Yeh Vaada Raha
১৯৮১ Zamaane Ko Dikhana Hai
১৯৮১ Katilon Ke Kaatil
১৯৮১ Naseeb
১৯৮১ Gunahgaar
১৯৮০ Dhan Daulat
১৯৮০ Karz
১৯৮০ Aap Ke Deewane
১৯৮০ Do Premee
১৯৭৯ Duniya Meri Jeb Mein
১৯৭৯ Jhoota Kahin Ka
১৯৭৯ Salaam Memsaab
১৯৭৯ Sargam
১৯৭৮ Anjane Mein
১৯৭৮ Badalte Rishtey
১৯৭৮ Naya Daur
১৯৭৮ Pati Patni Aur Woh
১৯৭৮ Phool Khile Hain Gulshan Gulshan
১৯৭৭ Amar Akbar Anthony
১৯৭৭ Chala Murari Hero Banne
১৯৭৭ Doosra Aadmi
১৯৭৭ Hum Kisi Se Kum Nahin
১৯৭৬ Laila Majnu
১৯৭৬ Ginny Aur Johnny
১৯৭৬ Rangila Ratan
১৯৭৬ Kabhi Kabhie
১৯৭৬ Barood
১৯৭৫ Khel Khel Mein
১৯৭৫ Rafoo Chakkar
১৯৭৫ Raja
১৯৭৫ Zinda Dil
১৯৭৪ Zehreela Insaan
১৯৭৩ Bobby

ABOUT THE AUTHOR

...view details