চিটাৰা ডেস্ক,29 জুনঃ প্ৰতিভাৱান যুৱ অভিনেতা সুশান্ত সিং ৰাজপুতৰ অকাল মৃত্যুৱে সমগ্ৰ দেশতে পেলালে শোকৰ ছাঁ ৷ এই অপমৃত্যুৱে জোঁকাৰি থৈ গ'ল আত্মীয় স্বজন তথা পৰিয়ালবৰ্গক ৷
ছ'চিয়েল মিডিয়াত সুশান্তৰ ভগ্নীৰ আৱেগিক প'ষ্ট - sushant singh Rajput sister
সুশান্তৰ মৃত্যুৱে জোঁকাৰি গ'ল তেওঁৰ পৰিয়ালক ৷ 34 বছৰ বয়সতে অভিনেতাগৰাকীয়ে সকলোৰে পৰা বিদায় মাগিলে ৷ শেহতীয়াকৈ ভগ্নী শ্বেতাই নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে ভাতৃলৈ লিখিলে এটা আৱেগিক প'ষ্ট ৷

ছ'চিয়েল মিডিয়াত সুশান্তৰ ভগ্নীৰ আৱেগিক প'ষ্ট
শেহতীয়াকৈ ভগ্নী শ্বেতাই নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে ভাতৃলৈ লিখিলে এটা আৱেগিক প'ষ্ট ৷ ভগ্নীৰ এই প'ষ্টটোৱে পুনৰ আৱেগিক কৰি তুলিলে সুশান্তৰ অনুৰাগীসকলক ৷
TAGGED:
sushant singh Rajput sister