অসম

assam

ETV Bharat / sitara

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা - sushant singh Rajput

34 বছৰ বয়সত নিজা বাসগৃহত আত্মহত্যা জনপ্ৰিয় অভিনেতাগৰাকীৰ ৷

sushant singh Rajput commits sucide at mumbai home
জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

By

Published : Jun 14, 2020, 3:00 PM IST

চিটাৰা ডেস্ক,14জুনঃ মহাৰাষ্ট্ৰৰ বান্দ্ৰাস্থিত নিজা বাসগৃহত চিপ লোৱা অৱস্থাত উদ্ধাৰ অভিনেতা সুশান্ত সিঙৰ মৃতদেহ ৷ অভিনেতা গৰাকীৰ বাসগৃহটোৰ পৰিচাৰিকাই আৰক্ষীক খবৰ দিয়ে এই সন্দৰ্ভত ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ ৷

জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুত

ABOUT THE AUTHOR

...view details