অসম

assam

ETV Bharat / sitara

চানী লিয়নী সৰ্বাধিক ফেন উত্তৰ-পূৱৰ !

গুগল ট্ৰেণ্ডছ এনালিটিস্ক অনুসৰি, চানী লিয়নীৰ লগত জড়িত ভিডিঅ' আৰু অভিনেত্ৰী গৰাকীৰ বায়'পিক 'কৰণজীত কোৰ: দ্যা আনটোল্ড ষ্টৰী অফ চানী লিয়নী গুগলত সৰ্বাধিক বিচাৰে অনুৰাগীয়ে

By

Published : Aug 13, 2019, 7:34 AM IST

গুগলৰ শীৰ্ষত চানী লিয়নী

নিউজ ডেস্ক, 12 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ছুপাৰষ্টাৰ শ্বাহৰুখ-ছলমানক পাচ পেলাই চলিত মাহত শীৰ্ষত থাকিল অভিনেত্ৰী চানী লিয়নী ৷ ভাৰতৰ গুগল চাৰ্চত চলিত বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহলৈ সৰ্বাধিক চৰ্চাত থাকিল অভিনেত্ৰী গৰাকী ৷ গুগল ট্ৰেণ্ডছ এনালিটিস্ক(Google Analytics) অনুসৰি, চানী লিয়নীৰ লগত জড়িত ভিডিঅ' আৰু অভিনেত্ৰী গৰাকীৰ বায়'পিক 'কৰণজীত কোৰ: দ্যা আনটোল্ড ষ্টৰী অফ চানী লিয়নী গুগলত সৰ্বাধিক বিচাৰে অনুৰাগীয়ে ৷

তাৰোপিৰ উত্তৰ-পূবৰ অসম আৰু মনিপুৰৰ অনুৰাগীয়ে সৰ্বাধিক অভিনেত্ৰী গৰাকীক গুগলত চাৰ্চ কৰা বুলিও উল্লেখ কৰে গুগল ট্ৰেণ্ডছে ৷

ABOUT THE AUTHOR

...view details