চিটাৰা ডেস্ক,22 জুনঃ মুক্তিৰ এটা বছৰ সম্পূৰ্ণ কৰিলে ব্লকবাষ্টাৰ তথা বহু বিতৰ্কিত ছবি কবীৰ সিঙে ৷ ছবিখনৰ দুয়োগৰাকী মুখ্য তাৰকাই এই বিশেষ ক্ষণত ইনষ্টাগ্ৰামৰ জৰিয়তে শ্বেয়াৰ কৰে ছবিখনৰ শ্বুটিং থলীত তোলা বহু আকৰ্ষণীয় ফটো ৷
শ্বাহিদ কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউন্ট যোগে লিখে," যি সকলে এনেধৰণৰ জটিল আৰু পৃথক চৰিত্ৰক মৰম দিছে,তেওঁলোকক ধন্যবাদ ৷ "
অভিনেতা গৰাকীয়ে লগতে লিখে, " #kabirsingh was never just a film to me.. it was an emotional arc that was raw.. bare.. unabashed .. honest .. fearless .. REAL!!"