চিটাৰা ডেস্ক,1 আগষ্টঃ বলীউড চুপাৰষ্টাৰ চলমান খানে নিজৰ অনুৰাগীসকলক ঈদ-উজ-জোহাৰ শুভকামনা জ্ঞাপন কৰে ৷ তেওঁ ইনষ্টাগ্ৰামযোগে এখন বিশেষ ফটো প্ৰকাশ কৰে ঈদ উপলক্ষে ৷
COVID-19 প্ৰতিবন্ধকতাৰ মাজতে ঈদ উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷ শেহতীয়াকৈ অভিনেতা গৰাকীয়ে শ্বেয়াৰ কৰা ফটোখনত তেওঁ নাক-মুখ ঢকাকৈ মুখত এখন স্কাৰ্ফ মাৰি থকা পৰিলক্ষিত হৈছে ৷ ফটোখনৰ কেপচনত তেওঁ সকলোকে ঈদৰ শুভকামনা জ্ঞাপন কৰে ৷