হাস্পতালৰ পৰা অব্যাহতি ল'লে চলমানখানৰ ভগ্নী অৰ্পিতাই - চলমানখানৰ ভগ্নী অৰ্পিতা
27 ডিচেম্বৰ অৰ্থাৎ চলমান খানৰ জন্মদিনৰ দিনাই জন্ম পালে চলমানখানৰ ভগ্নী অৰ্পিতা খানৰ দ্বিতীয়টো সন্তান ৷ চলমানখানৰ মতে, তেওঁৰ বাবে এয়া আছিল আটাইতকৈ উৎকৃষ্ট উপহাৰ ৷

হাস্পতালৰ পৰা অব্যাহতি ল'লে চলমানখানৰ ভগ্নী অৰ্পিতাই
চিটাৰা ডেস্ক, 1 জানুৱাৰীঃ27 ডিচেম্বৰ তাৰিখে দ্বিতীয়টো সন্তান জন্ম হোৱাৰ বাবে হাস্পতালত ভৰ্তি হৈ আছিল চলমানখানৰ ভগ্নী অৰ্পিতা খান ৷ শেহতীয়াকৈ হাস্পতালৰ পৰা অব্যাহতি ল'লে অৰ্পিতা খানে ৷ হাস্পতালৰ পৰা আহি থকা অৱস্থাত অৰ্পিতাক দেখা গ'ল তেওঁৰ স্বামী আয়ুষ শৰ্মাৰ সৈতে ৷ নৱজাত সন্তান আয়তক পিতৃ আয়ুষ শৰ্মাই কোলাত লৈ থকা অৱস্থাত আৰু প্ৰথম সন্তান আহিল খানক মাতৃ অৰ্পিতা খানে হাতত ধৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে সাংবাদিকে ৷
হাস্পতালৰ পৰা অব্যাহতি ল'লে চলমানখানৰ ভগ্নী অৰ্পিতাই