চিটাৰা ডেস্ক, 25 জুলাইঃ অভিনেত্ৰী ৰিচা চড্ডাই শেহতীয়াকৈ চেটিং সলনি কৰি প্ৰাইভেট কৰে নিজৰ টুইটাৰ একাউন্ট ৷ তেওঁ জনাই যে তেওঁ এইটো এই কাৰণেই কৰিছে কাৰণ তেওঁ আজিকালি মাইণ্ডলেচ স্ক্ৰলিঙত কম সময় খৰচ কৰিব বিচাৰে ৷
তেওঁ শেহতীয়াকৈ টুইটাৰত এটা প'ষ্ট প্ৰদান কৰে এইদৰে,"মই নিজৰ একাউন্ট প্ৰাইভেট কৰিবলৈ গৈ আছো,এয়া এই কাৰণে নহয় যে এই প্লেটফৰ্ম টক্সিক হয় ৷ মই ইয়াত সহায় কৰিবৰ বাবে,সমৰ্থন কৰিবৰ বাবে,উৎসাহিত কৰিবৰ বাবে আৰু ধেমালি বুজিবৰ বাবে আছো ৷ কিন্তু মোৰ ওচৰত এক সময় সীমা আছে,মই মাইণ্ডলেচ স্ক্ৰলিঙ কৰি বহুত সময় খৰচ কৰো ৷"