চিটাৰা ডেস্ক, 10 জুনঃ লক ডাউনত শিথিলতা ঘোষণাৰ পিছতে মুম্বাইৰ পৰা দিল্লীৰ নিজ গৃহলৈ আহিছিল অভিনেত্ৰী ৰাধিকা মাদান ৷ তাৰ পিছতে 14 দিনৰ চেল্ফ কোৱাৰেন্টাইনত আছিল অভিনেত্ৰীগৰাকী ৷ অৱশেষত 14 দিনৰ অপেক্ষাৰ অন্তত মাতৃক লগ পাই যথেষ্ট সুখী হৈ পৰিল অভিনেত্ৰী ৰাধিকা মাদান ৷
14 দিনৰ চেল্ফ কোৱাৰেন্টাইনৰ পিছত নিজৰ মাতৃক লগ পালে ৰাধিকাই - অভিনেত্ৰী ৰাধিকা মাদান
মুম্বাইৰ পৰা দিল্লীৰ নিজ গৃহলৈ আহিছিল অভিনেত্ৰী ৰাধিকা মাদান ৷ তাৰ পিছতে অভিনেত্ৰীগৰাকী আছিল চেল্ফ কোৱাৰেন্টাইনত ৷ 14 দিনৰ অপেক্ষাৰ অন্তত অৱশেষত অভিনেত্ৰীগৰাকীয়ে মাতৃক লগ পাই যথেষ্ট সুখী হৈ পৰিল ৷
14দিনৰ চেল্ফ কোৱাৰেন্টাইনৰ পিছত নিজৰ মাতৃক লগ পালে ৰাধিকাই