চিটাৰা,১৬ মাৰ্চ:সোমবাৰে পুৱা ঘোষণা কৰা হয় ৯৩ সংখ্যক একাডেমী বঁটাৰ মনোনয়নৰ তালিকা বিশিষ্ট অভিনেত্ৰী তথা প্ৰযোজক প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী তথা গায়ক নিক জোনাছৰ নামো অন্তৰ্ভূক্ত মনোনয়নৰ তালিকাত ।
অ'স্কাৰ ২০২১ ত মনোনয়নৰ তালিকাত ভাৰতীয় ছবি দ্য হোৱাইট টাইগাৰ - Oscars 2021 full list of nominees; The White Tiger in race for Adapted Screenplay
৯৩ তম একাডেমী বঁটাৰ বাবে মনোনয়ন অভিনেত্ৰী-প্ৰযোজক প্ৰিয়ংকা চোপ্ৰা জোনাছ আৰু গায়ক নিক জোনাছৰ নাম । লেখক-পৰিচালক ৰামিন বাহৰানিৰ ছবি দ্য হোৱাইট টাইগাৰে মনোনয়ন লাভ কৰিলে বিশেষ শিতানত ।

অ'স্কাৰ ২০২১ ত মনোনয়নৰ তালিকাত ভাৰতীয় ছবি দ্য হোৱাইট টাইগাৰ
একাডেমী অব মোচন পিক্চাৰ আৰ্টছ এণ্ড চাইঞ্চৰ দ্বৰা ঘোষণা কৰা এই বছৰৰ মনোনীত ব্যক্তিসকলৰ মুঠ ২৩ টা শ্ৰেণীৰ সম্পূৰ্ণ তালিকা :
- শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ চৰিত্ৰত
- মাৰিয়া বাকালোভা, বোৰাট চাবচিকুৱেন্ট ম'ভি ফিল্ম
- গ্লেন ক্ল'ছ, হিলবিল্লী এল্গী
- অ'লিভিয়া ক'লমেন, দ্য ফাডাৰ
- আমান্দা চেফ্ৰাইড, মাঙ্ক
- উুহ-জাং য়ুন, মিনাৰি
- শ্ৰেষ্ঠ সাজ-সজ্জা ডিজাইন
- ইম্মা
- মাঙ্ক
- মা ৰেইনীছ ব্লেক বুটম
- মুলান
- পিন'ছিঅ'
- শ্ৰেষ্ঠ অ'ৰিজিনেল স্ক'ৰ
- ডা ৫ ব্লাডছ
- মাঙ্ক
- মিনাৰি
- নিউজ অব দ্য ৱৰ্ল্ড
- চৌল
- শ্ৰেষ্ঠ অভিযোজন চিত্ৰনাট্য
- বোৰাট চাবচিকুৱেন্ট ম'ভি ফিল্ম (পিটাৰ বেহাম, চাছা বাৰোন ক'হেন, জেনা ফ্ৰাইডমেন, এন্ট'নি হাইনেছ, লী কাৰ্ণ, ডেন মাজেৰ, এৰিকা ৰিভিনোজা আৰু ডেন ছুইমাৰ)
- দ্য ফাডাৰ (ক্ৰিছট'ফাৰ হেম্পটন আৰু ফ্ল'ৰিয়ান জেলাৰ)
- ন'মালেণ্ড (ছ'লে ঝাও)
- ৱান নাইট ইন মিয়ামি(কেম্প পাৱাৰছ)
- দ্য হোৱাইট টাইগাৰ(ৰামিন বাহৰানি)
- শ্ৰেষ্ঠ মূল চিত্ৰনাট্য
- জুডাচ এণ্ড দ্য ব্লেক মেছিয়াহ ( উইল বেৰছন, শ্বাকা কিং,কেইথ লুকাচ আৰু কেনি লুকাচ)
- মিনাৰি(লী ইছাক ছুং)
- প্ৰমিছিং ইয়ং ৱ'নেম(এমেৰাল্ড ফেনেল)
- ছাউণ্ড অফ দ্য মেটেল( ডেৰেক ছিয়ানফ্ৰেঞ্চ, এব্ৰাহাম মেৰ্ডাৰ আৰু ডাৰিয়াছ মেৰ্ডাৰ)
- দ্য ট্ৰাইল অফ দ্য ছিকাগ' ৭ (আৰ'ন ছ'ৰ্কিন)
- শ্ৰেষ্ঠ এনিমেটেড চুটী ছবি
- বুৰৌ
- জিনিয়াছ ল'চি
- ইফ এনিথিং হেপেন আই ল'ভ ইউ
- অ'পেৰা
- য়েছ-পিপল
- শ্ৰেষ্ঠ লাইভ-একচন চুটী ছবি
- ফিলিং থ্ৰ'
- দ্য লেটাৰ ৰুম
- দ্য প্ৰেজেন্ট
- ট্যু দিষ্টেন্ট ষ্ট্ৰেঞ্জাৰ
- হোৱাইট আই
- শ্ৰেষ্ঠ সহ অভিনেতা
- চাছা বাৰোন ক'হেন, দ্য ট্ৰাইল অফ দ্য ছিকাগ' ৭
- ডেনিয়েল কালুয়া, জুডাচ এণ্ড দ্য ব্লেক মেছিয়াহ
- লেছলি অ'ড'ম, জেআৰ.,ৱান নাইট ইন মিয়ামি
- পাউল ৰাচি, ছাউণ্ড অফ দ্য মেটেল
- লেকিথ ষ্টেনফিল্ড, জুডাচ এণ্ড দ্য ব্লেক মেছিয়াহ
- শ্ৰেষ্ঠ তথ্যচিত্ৰ ফিছাৰ
- কালেক্টিভ
- ক্ৰিপ কেম্প
- দ্য ম'ল এজেণ্ট
- মাই অক্টোপাছ টিছাৰ
- টাইম
- শ্ৰেষ্ঠ তথ্যচিত্ৰ চুটি বিষয়
- ক'লেট
- এ ক'নচেৰ্ট' ইজ এ কনভাৰ্চেছন
- ডু নট স্পিল্ট
- হাঙ্গাৰ ৱাৰ্ড
- এ লভ ছং ফৰ লাটাছা
- শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম
- ডেনমাৰ্ক, এন'দাৰ ৰাউণ্ড
- হংকং, বেটাৰ দেইজ
- ৰোমানিয়া, কালেক্টিভ
- টুনিছিয়া, দ্য মেন হু ছল্ড হিছ স্কীন
- ব'ছনিয়া এণ্ড হাৰজেগ'ভিনা, ক' ভাদিচ, আইদা ?
- শ্ৰেষ্ঠ শব্দ
- গ্ৰে হাউণ্ড
- মাঙ্ক
- নিউজ অব দ্য ৱৰ্ল্ড
- ছাউণ্ড অফ দ্য মেটেল
- চৌল
- শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন
- দ্য ফাডাৰ
- মা ৰেইনীছ ব্লেক বুটম
- মাঙ্ক
- নিউজ অব দ্য ৱৰ্ল্ড
- টেনেত
- শ্ৰেষ্ঠ চলচ্চিত্ৰ সম্পাদনা
- দ্য ফাডাৰ
- ন'মালেণ্ড
- প্ৰমিছিং ইয়ং ৱ'নেম
- ছাউণ্ড অফ দ্য মেটেল
- দ্য ট্ৰাইল অফ দ্য ছিকাগ' ৭
- শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফী
- জুডাচ এণ্ড দ্য ব্লেক মেছিয়াহ
- মাঙ্ক
- নিউজ অব দ্য ৱৰ্ল্ড
- ন'মালেণ্ড
- দ্য ট্ৰাইল অফ দ্য ছিকাগ' ৭
- শ্ৰেষ্ঠ ভিজুৱেল ইফেক্ট
- লভ এণ্ড ম'নষ্টাৰ্ছ
- দ্য মিডনাইট স্কাই
- মুলান
- দ্য ৱান এণ্ড অ'নলি ইভান
- টেনেত
- শ্ৰেষ্ঠ এনিমেটেড ফিচাৰ ফিল্ম
- ৱনৱাৰ্ড
- অ'ভাৰ দ্য মুন
- এ ছন দ্য শ্বীপ ম'ভি:ফাৰ্মাগেডন
- চৌল
- ৱল্ফৱাকাৰ্ছ
- শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইল
- ইম্মা
- হিলবিল্লী এল্গী
- মা ৰেইনীছ ব্লেক বুটম
- মাঙ্ক
- পিন'ছিঅ'
- শ্ৰেষ্ঠ মূল গীত
- 'হুছাভিক', ইৰ'ভিছন ছং কন্টেষ্ট:দ্য ষ্টৰী অফ ফায়াৰ ছাগা
- 'ফাইট ফৰ ইউ', জুডাচ এণ্ড দ্য ব্লেক মেছিয়াহ
- 'আইঅ' ছি', দ্য লাইফ এহেড
- 'স্পিক নাও', ৱান নাইট ইন মিয়ামি
- 'হিয়াৰ মাই ভইচ' , দ্য ট্ৰাইল অফ দ্য ছিকাগ' ৭
- শ্ৰেষ্ঠ অভিনেতা
- ৰিজ আহমেদ, ছাউণ্ড অফ দ্য মেটেল
- চাণ্ডউইক বোছমন, মা ৰেইনীছ ব্লেক বুটম
- এন্ট'নি হ'পকিনছ, দ্য ফাডাৰ
- গেৰী ৱল্ডমেন,মাঙ্ক
- ষ্টিভেন য়েন,মিনাৰি
- শ্ৰেষ্ঠ অভিনেত্ৰী
- ভাইওলা ডেভিছ, মা ৰেইনীছ ব্লেক বুটম
- আণ্ড্ৰা দে, দ্য ইউনাইটেড ষ্টেটছ ভাৰচেছ বিল্লী হ'লিডে
- ভেনেছা কিৰবাই, পিছ অফ এ ৱ'মেন
- ফ্ৰাঞ্চেছ মেকড'ৰমাণ্ড,ন'মালেণ্ড
- কেৰী মুলিগান,প্ৰমিছিং ইয়ং ৱ'নেম
- শ্ৰেষ্ঠ পৰিচালক
- থমাছ ভিন্টাৰবাৰ্গ, এনডাৰ ৰাউণ্ড
- ইমেৰাল্ড ফিনেল,প্ৰমিছিং ইয়ং ৱ'নেম
- ডেভিদ ফিঞ্চাৰ,মাঙ্ক
- লী ইছাক চাং,মিনাৰি
- চলে ঝাউ,ন'মালেণ্ড
- শ্ৰেষ্ঠ ছবি
- দ্য ফাডাৰ
- জুডাচ এণ্ড দ্য ব্লেক মেছিয়াহ
- মাঙ্ক
- মিনাৰি
- ন'মালেণ্ড
- প্ৰমিছিং ইয়ং ৱ'নেম
- ছাউণ্ড অফ দ্য মেটেল
- দ্য ট্ৰাইল অফ দ্য ছিকাগ' ৭
লগতে পঢ়ক:RRR ৰ বাবে আলিয়াৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ