চিটাৰা ডেস্ক,4 জুলাইঃদেশবাসীক জোঁকাৰি থৈ গৈছিল বলীউডৰ প্ৰসিদ্ধ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৱে ৷ তেওঁৰ এই আত্মহত্যা ঘটনাৰ চি.বি.আই তদন্তৰ দাবীৰে সৰৱ হৈ উঠিছে তেওঁৰ অনুৰাগী, বহু সহকৰ্মী আৰু আত্মীয় ৷
ইয়াৰ মাজতে শেহতীয়াকৈ সুশান্তৰ পিতৃ কৃষ্ণ কুমাৰ সিঙে টুইটাৰ যোগে পুত্ৰৰ মৃত্যুৰ ন্যায় বিচাৰিছে ৷ সম্প্ৰতি তেওঁ সমগ্ৰ ঘটনাৰ চি.বি.আই তদন্তৰ দাবী কৰিছে ৷