চিটাৰা ডেস্ক,11 জুনঃমুম্বাইৰ বাণ্ড্ৰাত স্থিত মলাইকা অৰোৰাৰ বিল্ডিংটস্কনী এপাৰ্টমেন্টত কৰ'ণাত আক্ৰান্ত ব্যক্তি পোৱাৰ পিছতে ছীল কৰি দিয়া হয় সম্পূৰ্ণ এপাৰ্টমেন্টটো ৷ 8 জুনৰ দিনা বী.এম. চিয়ে ছীল কৰি দিছিল এপাৰ্টমেন্টটো ৷
উল্লেখ্য যে, মাৰ্চ মাহত লক্ ডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা মলাইকাই পুত্ৰ আৰহান আৰু নিজৰ কুকুৰটোৰ সৈতে আছিল চেল্ফ আইচ'লেচনত ৷